--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক শক্তিশালী  ভূমিকম্পই জোাকাৰি গ’ল নিউজিলেণ্ডৰ কেৰ্মাডেক দ্বীপপুঞ্জক৷ নেচনেল চেণ্টাৰ ফৰ চিচমোলজীয়ে টুইটত প্ৰকাশ কৰা তথ্য অনুসৰি  সোমবাৰে অনুভূত হোৱা ভূমিক্ম্পটোৰ প্ৰৱল্য আছিল ৰিখটাৰ স্কেলত  ৭.২ । 

এনচিএছৰ মতে ভাৰতীয়  সময় অনুসৰি আজি  পুৱা ৬.১১  বজাত ভূমিকম্পটো অনুভূত  হয়। "কেৰ্মাডেক দ্বীপপুঞ্জৰ ভূগৰ্ভৰ১০ কিলোমিটাৰ অভ্যন্তৰত  ভূমিকম্পটোৰ সৃষ্টি হোৱা বুলি  নেচনেল চেণ্টাৰ ফৰ চিচমোলজীয়ে টুইটত প্ৰকাশ কৰিছে। 

দেশ খনৰ  ৰাষ্ট্ৰীয় জৰুৰীকালীন ব্যৱস্থাপনা সংস্থাই কৈছে  যে চুনামিৰ বাবে এতিয়ালৈকে  কোনো সতৰ্কবাণী জাৰি কৰা হোৱা নাই।  ভূমিকম্পৰ ফলত  নিউজিলেণ্ডৰ বাবে ভাবুকি সৃষ্টি কৰিব পৰা চুনামি হোৱাৰ সম্ভাৱনা নাই । 


এতিয়ালৈকে ভূমিক্ম্পৰ ফলত কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই৷ অধিক বাতৰিৰ বাবে অপেক্ষা কৰা হৈছে৷ 









FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস