--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: গৃহযুদ্ধত বিধ্বস্ত ছুডানৰ পৰা উদ্ধাৰ কৰা হ’ল ১৫৭গৰাকী ব্যক্তিক। ছৌদি আৰব চৰকাৰৰ তৎপৰতাত উদ্ধাৰ হ’ল ১৫৭গৰাকী লোক৷ 

বিভিন্ন দেশৰ লগতে ভাৰতৰো কিছুসংখ্যক লোক উদ্ধাৰ হয় ছৌদি আৰবৰ উদ্ধাৰ অভিযানত। হিংসাজৰ্জৰ ছুডানত বৰ্তমানো আবদ্ধ হৈ আছে বহু ভাৰতীয় নাগৰিক। ছুডানৰ ৰাজধানী খাৰতুমত ৰক্তক্ষয়ী গৃহযুদ্ধই শংকিত কৰি তুলিছে দেশখনত আবদ্ধ প্ৰবাসী নাগৰিকক৷ 

শাসনাধিষ্ঠ সেনাৰ দুটা ফৈদৰ মাজত সংঘটিত হৈছে ৰক্তাক্ত সংঘাত৷ এই গৃহযুদ্ধত বৰ্তমানলৈ মৃত্যু হৈছে তিনি শতাধিক লোকৰ৷ যুদ্ধবিধ্বস্ত ছুডানৰ ৰাজধানী খাৰতুমৰ পৰা ছৌদি আৰবে উদ্ধাৰ কৰে ১৫৭গৰাকী বিভিন্ন দেশৰ নাগৰিকক৷

এই ঘটনাত উদ্বিগ্নতা প্ৰকাশ কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ ইতিমধ্যে ৰাজস্থান চৰকাৰে মুকলি কৰিছে হেল্পলাইন নম্বৰ৷ আৰু শেহতীয়াকৈ ছুডাননিবাসী প্ৰবাসী ভাৰতীয়ক উদ্ধাৰ কৰিবলৈ প্ৰেৰণ কৰা হৈছে ভাৰতীয় বায়ুসেনাৰ বিমান, নৌসেনাৰ জাহাজ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস