--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • নিৰ্বাচনৰ আগে আগে কেন্দ্রীয় চৰকাৰে অসমৰ পথ যোগাযোগ ব্যৱস্থাৰ উন্নয়নৰ বাবে কালি প্রায় ৭৪৮ কোটি টকা ঘোষণা কৰিছে।

ডিজিটেল ডেস্ক: নিৰ্বাচনৰ আগে আগে কেন্দ্রীয় চৰকাৰে অসমৰ পথ যোগাযোগ ব্যৱস্থাৰ উন্নয়নৰ বাবে কালি প্রায় ৭৪৮ কোটি টকা ঘোষণা কৰিছে। এই পুঁজিৰে ৰাজ্যখনত নিৰ্মাণ কৰা হ'ব পথ আৰু দলং। 


কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্রী নীতিন গডকাৰিয়ে কালি প্ৰকাশ কৰা মতে কেন্দ্রীয় পথ আন্তঃগাঁথনি পুঁজি (চি আৰ আই এফ) আঁচনিৰ অধীনত অসমৰ ১০টা পথৰ উন্নয়ন প্রকল্পৰ বাবে ৬১৭.৯৮ কোটি টকাৰ লগতে চি আৰ আই এফ সেতু বন্ধন আঁচনিৰ অধীনত ১৬ খন দলং নিৰ্মাণৰ বাবে ১২৯.৭৪ কোটি টকা অনুমোদন জনোৱা হৈছে। 


আনহাতে কেন্দ্রীয় চৰকাৰে অঞ্চলটোৰ পথ যোগাযোগ ব্যৱস্থা উন্নয়নত সর্বাধিক গুৰুত্ব দিয়াৰ কথা ব্যক্ত কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয় যে কেন্দ্ৰই প্ৰদান কৰিব লগীয়া উক্ত পুঁজিয়ে ৰাজ্যৰ আর্থ-সামাজিক বিকাশত বিশেষভাৱে অৰিহণা যোগাব।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু