--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকাৰ ৰিয়েলিটি শ্ব’ আমেৰিকা গট টেলেণ্টত প্ৰৱেশ কৰি বিখ্যাত হোৱা সাড়ে সাত ফুটতকৈও অধিক উচ্চতাৰ জগদীপ সিং ওৰফে দীপ সিঙক হেৰ’ইনৰ সৈতে গ্ৰেপ্তাৰ কৰা হৈছে। পঞ্জাৱ আৰক্ষীৰ ৰাজ্যিক বিশেষ অভিযানৰ দলে গ্ৰেপ্তাৰ কৰিছে প্ৰাক্তন আৰক্ষী জোৱান দীপ সিঙক। 
जगदीप सिंह : लंबाई 7.6 फीट, अमेरिकाज गॉट टैलेंट से हुआ मशहूर, अब पंजाब में  ड्रग्स के साथ गिरफ्तार - Jagdeep Singh 7 Feet 6 Inches Tall Punjab Ex Cop  Popular in
দীপ সিঙৰ লগতে তৰ্ণ তৰণ জিলাৰ পৰাও দুই সহযোগীক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীয়ে জনোৱা মতে, প্ৰাক্তন কনিষ্টবলজনৰ পৰা ডেৰ কিলোগ্ৰাম হেৰ’ইন উদ্ধাৰ কৰা হৈছে। আৰক্ষীৰ মতে, তেওঁ নিজৰ বাহনত পঞ্জাৱ পুলিচৰ ষ্টীকাৰ লৈ ঘূৰি ফুৰিছিল।
Tallest Policeman in World: At 7ft 6 in, Jagdeep Singh from Punjab Has Both  Long Arms & Legs of The Law | Shiksha News
বিখ্যাত হোৱাৰ পিছত দীপ সিঙে আৰক্ষীৰ চাকৰি এৰিছিল। তেওঁ বীৰ খালা গোটৰ অংশ আছিল। তেওঁৰ গ্ৰুপে আমেৰিকাৰ গট টেলেণ্টৰ ১৪ নং ছিজনত স্থান লাভ কৰিছিল আৰু বহু বিপজ্জনক অভিনয় কৰিছিল। সাত ফুট ছয় ইঞ্চি উচ্চতাৰ তেওঁ আছিল শ্ব’টোৰ আটাইতকৈ ওখ ব্যক্তি।
Jagmeet Singh From Punjab is World's Tallest Policeman With 7 Feet 6 Inches  Height –
দীপ সিঙে বহু ছবিতো কাম কৰিছে। ইয়াৰ উপৰিও দীপ সিঙে আমেৰিকাৰ ৰিয়েলিটি শ্ব' "ইণ্ডিয়াজ গট টেলেণ্ট"ৰ ভাৰতীয় সংস্কৰণতো অভিনয় কৰিছিল।
પંજાબ પોલીસના 7.6 ફૂટ ઊંચા પૂર્વ કોન્સ્ટેબલની ધરપકડ, હેરોઈન સાથે ઝડપાયો-  'અમેરિકા ગોટ ટેલેન્ટ'માં ભાગ લઈને જાણીતો થયો હતો | amritsar more than seven  feet ... যোৱা বছৰ তেওঁৰ দলটোৱে "অষ্ট্ৰেলিয়াৰ গট টেলেণ্ট"ৰ দশম ছিজনতো অংশগ্ৰহণ কৰিছিল। কিন্তু ছেমি ফাইনেলত বাহিৰ হৈছিল। আৰক্ষীৰ মতে, দীপ সিঙক আদালতত হাজিৰ কৰা হ’ব।






FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক