--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। IAS বিষয়াৰ নিৰাপত্তাৰক্ষীয়ে গুলীয়াই হত্যা কৰিলে নিজ পত্নী আৰু ২ সন্তানক। তেওঁলোকক হত্যা কৰাৰ পাছত আত্মহত্যা কৰে নিৰাপত্তাৰক্ষীগৰাকীয়ে। এই ঘটনা সংঘটিত হৈছে তেলেংগানাত।

তেলেংগানাৰ ছিদ্দিপেটৰ কালেক্টৰ তথা জিলা দণ্ডাধীশ আই এ এছ প্ৰশান্ত জীৱন পাটিলৰ এজন ব্যক্তিগত নিৰাপত্তাৰক্ষীয়ে পত্নী, পুত্ৰ আৰু কন্যাক গুলীয়াই হত্যা কৰে। ইয়াৰ পিছত একেটা ৰিভলভাৰেৰে গুলীচালনা কৰি আত্মহত্যা নিৰাপত্তাৰক্ষীগৰাকীয়ে।

লোকজনৰ নাম অকুলা নৰেশ বুলি জানিব পৰা গৈছে। এই ভয়ংকৰ কাণ্ডৰ তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে স্থানান্তৰিত কৰে। প্ৰাথমিক তদন্ত অনুসৰি আৰ্থিক সমস্যাৰ বাবে এই ঘটনা সংঘটিত হ’ব পাৰে।

শুকুৰবাৰে পুৱা প্ৰায় ১১.৩০ বজাত সংঘটিত হয় এই ঘটনা।

জিলা সশস্ত্ৰ ৰক্ষী শাখাৰ সৈতে কাম কৰি আছিল অকুলা নৰেশে। আৰক্ষী আয়ুক্তই বিষয়টোৰ তদন্ত কৰি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক