--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক

উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ দ্বাৰা ৭৬ তম পুৰুষ আৰু
১৫ তম মহিলা সৰ্বভাৰতীয় ৰে'লৱে বক্সিং চেম্পিয়নশ্বিপ, ২০২২-২৩ আয়োজন কৰা হৈছে। এই চেম্পিয়নশ্বিপ ২৩ নৱেম্বৰ, ২০২২ তাৰিখে গুৱাহাটীৰ মালিগাঁওৰ উত্তৰ-পূৱ সীমান্ত ৰে'লৱে ষ্টেডিয়ামত আৰম্ভ হয়।

উত্তৰ-পূৱ সীমান্ত ৰে'লৱে ক্ৰীড়া সংস্থাৰ (এনএফআৰএছএ) সাধাৰণ সম্পাদকে এই স্পোৰ্টচ ইভেন্টৰ উদ্বোধন কৰে য'ত এনএফআৰএছএৰ অন্যান্য বিষয়াবৰ্গও উপস্থিতিত থাকে। চেম্পিয়নশ্বিপটো চাৰি দিনৰ বাবে চলিব আৰু ২৬ নৱেম্বৰ, ২০২২ তাৰিখে সমাপ্ত হ'ব। চেম্পিয়নশ্বিপত পুৰুষৰ বাবে ১৩ টা শাখা আৰু মহিলাৰ বাবে ১২ টা শাখা থাকিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন