--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  অহা ৮ আৰু ৯ জুলাইত দুদিনীয়াকৈ  মৰিগাঁও জিলা বাচনি দবা প্ৰতিযোগিতা অনুষ্ঠিত হ'ব । মৰিগাঁও জিলা দবা সন্থাৰ উদ্যোগত মৰিগাঁও মজলীয়া বিদ্যালয়ত অনু্ষ্ঠিত হ'বলগীয়া এই প্ৰতিযোগিতাৰ পৰাই  ৪৭ সংখ্যক  সদৌ অসম  আন্ত:জিলা প্ৰতিযোগিতালৈ মৰিগাঁও জিলা দবা দল বাচনি কৰা হ'ব । 

মৰিগাঁও  জিলাৰ  দবাৰু সকলে জিলা প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিবলৈ ৭ জুলাই নিশাৰ ভিতৰত  নিশ্চিত কৰাৰ বাবে উদ্যোক্তা সমিতিয়ে অনুৰোধ জনাইছে । উল্লেখ্য যে অহা ১৬-২০ জুলাইত সদৌ অসম আন্ত:জিলা দবা প্ৰতিযোগিতা খন অনুষ্ঠিত হ'ব ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বৰ ১.৩৫ কোটি শিশুক দিয়া নাই ভেকচিন, ২০২৫ বৰ্ষৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা-ইউনিচেফৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য
গৌৰীপুৰত গো মাংস বিক্ৰী কৰি থকা অৱস্থাত ৪জনক আটক
দুৰ্ধৰ্ষ ডকাইতৰ দল আৰক্ষীৰ জালত; ৩৫ লাখ টকাৰ সামগ্ৰী উদ্ধাৰ
ৰাজবীৰৰ কণ্ঠত মুক্তি পালে এক ব্যতিক্ৰমী নতুন অসমীয়া গীত ‘অনুৰোধ’
ইউৰোপত উৎকট গৰম; ১০ সহস্রাধিক লোকৰ মৃত্যু
অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত আধুনিক ৰূপ লাভ কৰিলে মাজবাট ৰে’লৱে ষ্টেচনে
শিক্ষকতাত কালিমা! আনৰ পত্নীৰ সৈতে অবৈধ সম্পৰ্ক স্থাপন কৰিবলৈ গৈ আৰক্ষীৰ জালত পৰিল ধুবুৰীৰ এজন প্ৰধান শিক্ষক
চামগুৰিত নৃশংস হত্যাকাণ্ড; স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
১৫৮ বছৰ পাছত অৰুণাচলত পোৱা গ’ল হিমালয়ান ফুলৰ সন্ধান
প্রবল বৰষুণ, বান, ভূমিস্খলনত বিধ্বস্ত দিল্লীসহ ৯ ৰাজ্য
বিজেপিৰ কর্মীয়ে দিলে ‘চোৰ’, ‘চোৰ’ ধ্বনি, পশ্চিম বংগত মমতা বেনাৰ্জীৰ প্রতিবাদী সমদললৈ দলিয়ালে কণী
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
Advertisement