--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক্ৰমাৎ শেষ হৈ আহিছে কিম জং উন। বৰ্তমান তেওঁৰ ওজন ১৪০ কিলোগ্ৰাম। আকণ্ঠ মদ আৰু ধূমপানত নিমজ্জিত হৈছে কিম। হৈছে অনিদ্ৰাৰ বলি। ১৬ মে’ত শেষবাৰৰ বাবে ৰাজহুৱাভাৱে দেখা দিছিল তেওঁ। তেতিয়াই তেওঁৰ চকুৰ তলত ক’লা দাগ দেখা গ’ল।

ৰাষ্ট্ৰনেতা গৰাকী যেনেকৈ ভালে থকা নাই, তেনেদৰে তেওঁৰ ৰাষ্ট্ৰৰো অৱস্থা ভাল নহয়। উত্তৰ কোৰিয়াৰ সামগ্ৰিক পৰিস্থিতিৰ অৱনতি ঘটিছে। দেশত খাদ্য শস্যৰ নাটনি। চৰম মুদ্ৰাস্ফীতি ঘটিছে। খাদ্যৰ অভাৱত মৃত্যুৰ সংখ্যাও বৃদ্ধি পাইছে।

শেহতীয়াকৈ উত্তৰ কোৰিয়াৰ শাসক কিম জং উন অনিদ্ৰাত ভুগি থকা বুলি জানিব পৰা গৈছে। কোৱা হৈছে যে একনায়কত্ববাদী নেতাৰ মদ আৰু নিকোটিনৰ ওপৰত নিৰ্ভৰশীলতাই অতি বেয়া পৰ্যায়ত উপনীত হৈছে।

শেহতীয়াকৈ ব্লুমবাৰ্গত এই সন্দৰ্ভত এক প্ৰতিবেদন প্ৰকাশ পাইছে। তাত দক্ষিণ কোৰিয়াৰ এটা চোৰাংচোৱা সংস্থাই কিমৰ ব্যক্তিগত বিষয়ৰ এই সকলো তথ্য দিয়া বুলি দাবী কৰে।

চোৰাংচোৱা সেৱাৰ প্ৰতিবেদন অনুসৰি উত্তৰ কোৰিয়াৰ প্ৰশাসন অনিদ্ৰা সম্পৰ্কীয় তথ্য সংগ্ৰহৰ বাবে অতি আগ্ৰহী। আনকি অনিদ্ৰা ৰোগৰ চিকিৎসাত ব্যৱহৃত ঔষধৰ ব্যৱহাৰ সম্পৰ্কেও বিতং তথ্য সংগ্ৰহ কৰি আছে।

অৱশ্যে এইটো কিমান বিশ্বাসযোগ্য সেই কথা এতিয়াও নিশ্চিত নহয়। কাৰণ এই ৰোগবোৰ বৰ জটিল নহয়,  এই বিষয়ে তথ্যও বৰ অসামঞ্জস্যপূৰ্ণ নহয়।





FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস