--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ মংগলবাৰে ৮০০ কোটি হ’ল বিশ্বৰ জনসংখ্যা। এই বিৰল কৃতিত্ব অৰ্জনত সৰ্বাধিক অৱদান ভাৰতে আগবঢ়াইছে।

যি হাৰত ভাৰতত জনসংখ্যা বৃদ্ধি হৈছে, তালৈ লক্ষ্য কৰিলে ক’ব পাৰি যে এক বছৰৰ ভিতৰতে ই চীনকো অতিক্ৰম কৰিব। এই মত প্ৰকাশ কৰিছে ৰাষ্ট্ৰসংঘই।

ৰাষ্ট্ৰসংঘৰ জনসংখ্যা বিষয়ক দপ্তৰ ইউএনএফপিএৰ তৰফৰ পৰা জনোৱা হৈছে যে ২০৩৭ চনৰ ভিতৰত বিশ্বৰ জনসংখ্যা আৰু ১০০ কোটি বাঢ়ি যাব। তাত সৰ্বাধিক অৱদান থাকিব এছিয়া আৰু আফ্ৰিকাৰ।

আনহাতে, চীন আৰু ইউৰোপত জনসংখ্যা খুব কম গতিৰে বাঢ়িব বুলি ৰাষ্ট্ৰসংঘই জনাইছে।

ৰাষ্ট্ৰসংঘই জনোৱামতে, বিশ্বৰ জনসংখ্যা ৭০০ কোটিৰ পৰা ৮০০ কোটি হওঁতে ১২ বছৰৰ প্ৰয়োজন হৈছে। কিন্তু ৮০০ৰ পৰা ৯০০ কোটি পাওঁতে সময় লাগিব ১৪ বছৰৰ। ইয়াৰ কাৰণ হৈছে, সমগ্ৰ বিশ্বজুৰি জন্মহাৰ কমিছে।

জুলাই মাহত প্ৰকাশিত ‘দ্যা ৱৰ্লড পপুলেচন প্ৰস্পেক্টছ ২০২২’ অনুযায়ী, ২০২২ চনত ভাৰত জনংখ্যা ১৪১.২ কোটি হোৱাৰ বিপৰীতে চীনৰ জনসংখ্যা ১৪২.৬ কোটি।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক