--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • চিংলিজান বনাঞ্চলৰ কাউৰী পথাৰ বনচকী খণ্ড বন বিষয়াই জানিবলৈ দিয়া মতে অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা নাই যদিও তিনিখন অগ্নি নির্বাপক গাড়ী আহি জুই নুমুৱাবলৈ সক্ষম হয়।

ডিজিটেল ডেস্ক : গহপুৰ সমজিলাৰ হেলেম ৰাজহচক্ৰৰ পাহাৰীয়া বুৰে নৈৰ পূব দিশৰ বৰগাং আঞ্চলিক বন বিভাগৰ চিংলিজান বনাঞ্চলৰ অন্তৰ্গত তিনি নং কাৰিবিল যুটীয়া বনাঞ্চল ব্যৱস্থাপনা সমিতিৰ অধীনত থকা গছ-গছনিৰ লগতে খেৰ প্ৰকৃতিৰ পৰিৱেশত বিভিন্ন প্ৰজাতিৰ পশু-পক্ষীৰ আশ্রয়স্থলৰ ৪০ হেক্টৰ বনাঞ্চলত কালি দিনৰ ভাগত আকস্মিকভাৱে জুই জ্বলি উঠে। 


চিংলিজান বনাঞ্চলৰ কাউৰী পথাৰ বনচকী খণ্ড বন বিষয়াই জানিবলৈ দিয়া মতে অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা নাই যদিও তিনিখন অগ্নি নির্বাপক গাড়ী আহি জুই নুমুৱাবলৈ সক্ষম হয়। 


বিষয়াগৰাকীয়ে জানিবলৈ দিয়া মতে বনাঞ্চলখনৰ প্ৰায় ২০ হেক্টৰ মাটিৰ গছ-গছনি, খেৰ জুইত জাহ যায়।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ