--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • লাৰিছা বুলি চিনাক্ত হোৱা ব্রাজিলৰ উক্ত মহিলাগৰাকীয়ে বৃহস্পতিবাৰে এই ঘটনাত আশ্চর্য প্রকাশ কৰে। তেওঁ কয় যে উক্ত ফটোখন হৈছে তেওঁৰ মডেলিঙৰ প্ৰথম সময়ছোৱাৰ ২০ বছৰীয়া পুৰণি ফটো।

ডিজিটেল ডেস্ক : ভোট চুৰিৰ নতুন অভিযোগত কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে বুধবাৰে এখন সংবাদমেলত ব্রাজিলৰ এগৰাকী মডেলৰ ফটো প্ৰদৰ্শন কৰি দাবী কৰিছিল যে হাৰিয়ানাৰ ভোটাৰ তালিকাত উক্ত ফটোখন ২২ বাৰ দেখা গৈছে। 


লাৰিছা বুলি চিনাক্ত হোৱা ব্রাজিলৰ উক্ত মহিলাগৰাকীয়ে বৃহস্পতিবাৰে এই ঘটনাত আশ্চর্য প্রকাশ কৰে। তেওঁ কয় যে উক্ত ফটোখন হৈছে তেওঁৰ মডেলিঙৰ প্ৰথম সময়ছোৱাৰ ২০ বছৰীয়া পুৰণি ফটো। 


তেওঁ আৰু স্পষ্ট কৰে যে তেওঁ এতিয়া মডেল নহয়। লাৰিছাই কয়, 'ভাৰতৰ ৰাজনীতিৰ সৈতে মোৰ একো কৰিবলগীয়া নাই। মোৰ ফটোখন ষ্টক ইমেজ প্লেটফৰ্মৰ পৰা ক্ৰয় কৰা হৈছে আৰু মই জড়িত নোহোৱাকৈ ব্যৱহাৰ কৰা হৈছে। ভোট দিয়া মানুহগৰাকী মই নহয়। মই কেতিয়াও ভাৰতলৈ যোৱা নাই।'



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ