--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • অমৰদীপ গগৈৰ পৰিচালনা আৰু চিত্ৰনাট্যৰে নিৰ্মিত এই ছবিখনৰ কাহিনী তথা প্ৰযোজনা সুমিত্ৰা হাজৰিকাৰ।

ডিজিটেল ডেস্কঃ ১ আগষ্ট তাৰিখে ৰাজ্যৰ ছবিগৃহতে মুক্তি লাভ কৰিব এখন নতুন অসমীয়া ছবি 'কলাজ'।





অমৰদীপ গগৈৰ পৰিচালনা আৰু চিত্ৰনাট্যৰে নিৰ্মিত এই ছবিখনৰ কাহিনী তথা প্ৰযোজনা সুমিত্ৰা হাজৰিকাৰ।



শীঘ্ৰে আহি আছে এখন অসমীয়া ছবি 'কলাজ'। শুকুৰবাৰে গুৱাহাটী প্ৰেছক্লাৱত মুকলি কৰা হয় ছবিখনৰ দুখনকৈ পোষ্টাৰ। উক্ত অনুষ্ঠানত উপস্থিত থাকে গুৱাহাটী উচ্চন্যায়লয়ৰ জ্যেষ্ঠ অধিবক্তা অৰূপ কুমাৰ বৰবৰা, সাহিত্য অকাডেমি বঁটা প্ৰাপক বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা বৰপূজাৰী সহিতে ছবিখনৰ সমূহ কলা-কুশলী।



ইফালে ছবিখনৰ চিত্ৰগ্ৰহণ নাহিদ আহমেদৰ। ছবিখনত অভিনয় কৰিছে কুল কুলদীপ, ৰাজীৱ কলিতা, দীপজ্যোতি কাকতি, মেঘালী কলিতা, দীপক তাঁতী , অপু অপূৰ্ব বৰ্মন, ৰাজু ৰয়, অন্তৰা জি জি চৌধুৰী, বিদ্যা ভাৰতী, কৃষ্ণা কল্যাণী, কাব্যশ্ৰী হাজৰিকা, লক্ষ্যজিত বৰুৱা, বিশ্বজিৎ বৰা, মহেন্দ্ৰ দাস, তুলিকা ৰাজখোৱা, অভয় দিচাং, প্ৰাণজিত, বিনোদ লাল দাস, দিলীপ গগৈৰ লগতে বিশাল গগৈয়ে। ছবিখনত সংগীতৰ দায়িত্ব বহন কৰিছে সৌৰভ মহন্তই, শব্দ গ্ৰহণ আৰু মিশ্ৰণ দেৱজিত গায়নৰ, ডি আই ঘনশ্যাম কলিতাৰ। সম্পাদনা ডৰেন্দ্ৰ অৰেবাম সিঙৰ। ৰূপসজ্জা পলি গগৈ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ