--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • কালি প্রতি কেজি সোণৰ দাম ১০,৮২৫ টকা বৃদ্ধি পাই ১,৭৫,৩২৫ টকা হয়গৈ। চলিত বছৰত প্ৰতি দহ গ্রাম সোণৰ দাম এতিয়ালৈকে ৪৭,৯৯৩ টকা আৰু প্রতি কেজি ৰূপৰ দাম ৮৯,৩০৮ টকা বৃদ্ধি পালে।

ডিজিটেল ডেস্কঃ দেশৰ বজাৰত সোণ আৰু ৰূপৰ দামে নিতৌ নতুন অভিলেখ গঢ়িছে। সোমবাৰে সোণ আৰু ৰূপৰ দামে সর্বকালৰ অভিলেখ গড়ে। ইণ্ডিয়ান বুলিয়ন এণ্ড জুৱেলাৰ্ছ এছ'চিয়েশ্যনৰ (আই বি জে এ) তথ্য মতে, সোমবাৰে ২৪ কেৰেটৰ প্ৰতি দহ গ্রাম সোণৰ দাম ২,৬৩০ টকা বৃদ্ধি পাই ১,২৪,১৫৫ টকা হয়গৈ। ইয়াৰ আগতে যোৱা শুকুৰবাৰে প্ৰতি দহ গ্রাম সোণৰ দাম আছিল ১,২১,৫২৫ টকা। 


ইফালে ৰূপৰ দামো কালি সর্বকালৰ সৰ্বোচ্চ হয়গৈ। কালি প্রতি কেজি সোণৰ দাম ১০,৮২৫ টকা বৃদ্ধি পাই ১,৭৫,৩২৫ টকা হয়গৈ। চলিত বছৰত প্ৰতি দহ গ্রাম সোণৰ দাম এতিয়ালৈকে ৪৭,৯৯৩ টকা আৰু প্রতি কেজি ৰূপৰ দাম ৮৯,৩০৮ টকা বৃদ্ধি পালে। 


উল্লেখযোগ্য যে সোণৰ দাম চলিত বছৰত প্ৰতি দহ গ্রামত ডেৰ লাখ টকা অতিক্রম কৰাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে দীপাৱলী আৰু ধন তেৰসৰ আগে আগে দেশৰ বজাৰত সোণ আৰু ৰূপৰ চাহিদা যথেষ্ট বৃদ্ধি পাইছে। ইয়াৰ ফলত অনাগত দিন কেইটাত দুয়োবিধ ধাতুৰে দাম অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ইয়াৰ উপৰি ডলাৰৰ তুলনাত টকাৰ মূল্য হ্রাস পোৱা আৰু বিশ্বৰ বিভিন্ন কেন্দ্ৰীয় বেংকে সোণ ক্ৰয় কৰাত আন্তঃৰাষ্ট্ৰীয় বজাৰত সোণৰ দাম বৃদ্ধি পাইছে। ইয়াৰ প্ৰভাৱো সোণৰ দামত পৰিছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ