--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • গুলবীৰে ৭ মিনিট ৩৪
  • ৪৯ ছেকেণ্ড সময় লৈ চলিত বছৰৰ ফেব্ৰুৱাৰীত বষ্টন বিশ্ববিদ্যালয় ডেবিঘ হেমৰী ভেলেন্টাইন আমন্ত্রণমূলক প্রতিযোগিতাত নিজেই গঢ়া ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰে।

ডিজিটেল ডেস্ক : ভাৰতৰ গুলবীৰ সিঙে বুডাপেষ্টত অনুষ্ঠিত গিউলাই ইক্তৱান মেম'ৰিয়েল হাংগেৰিয়ান এথলেটিক্‌ গ্রাঁ প্রিত পুৰুষৰ ৩ হাজাৰ মিটাৰ দৌৰৰ নন অলিম্পিক শাখাত নিজৰেই ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰে।


গুলবীৰে ৭ মিনিট ৩৪.৪৯ ছেকেণ্ড সময় লৈ চলিত বছৰৰ ফেব্ৰুৱাৰীত বষ্টন বিশ্ববিদ্যালয় ডেবিঘ হেমৰী ভেলেন্টাইন আমন্ত্রণমূলক প্রতিযোগিতাত নিজেই গঢ়া ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰে। তেওঁ সেইবাৰ ৭মিনিট ৩৮.২৬ ছেকেণ্ড সময় লৈছিল।


তেওঁ প্ৰথমবাৰলৈ ইউৰোত ট্রেক ৰেচত ভাগ লয়। প্রতিযোগিতাত ৰাষ্ট্ৰীয় অভিলেখৰ সৃষ্টি কৰিলেও গুলবীৰে পদক জয় কৰিব নোৱাৰিলে। তেওঁ পঞ্চম স্থান লাভ কৰে। এই প্রতিযোগিতাত প্রথম স্থান লাভ কৰে ৭ মিনিট ৩৩.২৩ ছেকেণ্ড সময় লৈ কেনিয়াৰ কিপছাং মেথিউ কিপচুম্বাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ