--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ২০২৩ চনত আহমেদাবাদত কমনৱেলথ গেমছ আয়োজন কৰাৰ বাবে অলিম্পিক এছ’চিয়েশ্যনলৈ প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছিল।

ডিজিটেল ডেস্ক : ভাৰতে পুনৰবাৰ কমনৱেলথ গেমছ আয়োজন কৰিবলৈ সাজু হৈছে। ভাৰতীয় অলিম্পিক সন্থাই বুধবাৰে ভাৰতক কমনৱেলথ গেমছ আয়োজন কৰিবলৈ আনুষ্ঠানিকভাৱে অনুমোদন জনাইছে।


২০২৩ চনত আহমেদাবাদত কমনৱেলথ গেমছ আয়োজন কৰাৰ বাবে অলিম্পিক এছ’চিয়েশ্যনলৈ প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছিল।এতিয়া ৩১ আগষ্টৰ ভিতৰত চূড়ান্ত নিবিদাৰ বাবে ভাৰতে প্ৰস্তাৱ দাখিল কৰিব লাগিব।


কোনখন চহৰত অনুষ্ঠিত হ’ব কমনৱেলথ গেমছ ২০৩০?


ইণ্ডিয়ান অলিম্পিক এছ’চিয়েশ্যনৰ যুটীয়া সম্পাদক কল্যাণ চৌবেয়ে বিশেষ সাধাৰণ সভাত কয় যে ভাৰতে কমনৱেলথ গেমছ আয়োজন কৰাত সৰ্বসন্মতিক্ৰমে অনুমোদন জনোৱা হৈছে। এতিয়া ভাৰতে ইয়াৰ বাবে সম্পূৰ্ণ শক্তিৰে প্ৰস্তুতি চলাব। ২০৩০ চনত ভাৰতত অনুষ্ঠিত হ’বলগীয়া কমনৱেলথ গেমছ আহমেদাবাদত অনুষ্ঠিত হ’ব। ভাৰতৰ লগতে ২০৩০ চনৰ কমনৱেলথ গেমছ আয়োজনৰ বাবে কানাডাই আবেদন কৰিছিল যদিও এই দেশখন বাদ পৰাৰ পিছত এতিয়া ভাৰতৰ নাম চূড়ান্ত কৰা হৈছে।


কাৰ্যবাহী পৰিষদৰ সদস্য ৰোহিত ৰাজপালে কয় যে সেই সকলোবোৰ খেল কমনৱেলথ গেমছ ২০৩০ত অন্তৰ্ভুক্ত কৰা হ’ব য’ত আমাৰ পদক লাভৰ সম্ভাৱনা বেছি। ৰোহিত ৰাজপালে আৰু কয় যে ২০২৬ চনত গ্লাছগোত কমনৱেলথ গেমছ অনুষ্ঠিত হ’ব, য’ত হকী, মল্লযুঁজ, বেডমিণ্টন আৰু শ্বুটিং অন্তৰ্ভুক্ত কৰা হোৱা নাই আৰু ইয়াৰ আঁৰত দিয়া কাৰণটো হ’ল এইবোৰৰ খৰচ বেছি। ৰাজপালে কয় যে এই প্ৰতিযোগিতাত খেলসমূহ তিনিটা গ্ৰুপত ৰখা হৈছে। প্ৰথমে সেইবোৰ খেল যিবোৰ সদায় অনুষ্ঠিত হৈ আহিছে। দ্বিতীয়তে যিবোৰ আয়োজক দেশখনে বাছি ল’ব পাৰে। আৰু তৃতীয় অতিৰিক্ত খেল, য’ত পৰম্পৰাগত আৰু থলুৱা খেলসমূহ অন্তৰ্ভুক্ত কৰিব পাৰি।


২০১০ চনত দিল্লীত কমনৱেলথ গেমছ অনুষ্ঠিত হৈছিল


ভাৰতে ২০১০ চনত কমনৱেলথ গেমছ দেশৰ ৰাজধানী দিল্লীত আয়োজন কৰিছিল। এতিয়া ২০ বছৰৰ পাছত ভাৰতত আকৌ এবাৰ কমনৱেলথ গেমছৰ আয়োজন হ’বলৈ গৈ আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ