--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এইবাৰৰ শীতকালৰ আটাইতকৈ প্রবল পশ্চিমীয়া বিক্ষোভ (ৱেষ্টার্ন ডিষ্টার্বেন্স) ১৭ডিচেম্বৰত হিমালয়ৰ ৰাজ্যসমূহত ভুমুকি মাৰিব।

ডিজিটেল ডেস্কঃ সমগ্র দেশ শীত প্ৰবাহৰ কবলত পৰিছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে প্রকাশ কৰা বতৰৰ আগলি বতৰা অনুসৰি অহা সপ্তাহত দেশত শীতৰ প্রকোপ অধিক বৃদ্ধি পাব আৰু ইয়াৰ ফলত নিম্নতম তাপমাত্রা অধিক হ্রাস পাব। 


এইবাৰৰ শীতকালৰ আটাইতকৈ প্রবল পশ্চিমীয়া বিক্ষোভ (ৱেষ্টার্ন ডিষ্টার্বেন্স) ১৭ডিচেম্বৰত হিমালয়ৰ ৰাজ্যসমূহত ভুমুকি মাৰিব। ইয়াৰ প্ৰভাৱত ১৮-২০ ডিচেম্বৰত জম্মু আৰু কাশ্মীৰ, লাডাখ আৰু হিমাচল প্রদেশত প্রবল হিমপাত হোৱাৰ সম্ভাৱনা আছে। 


পাহাৰীয়া ৰাজ্যসমূহত ন্যূনতম তাপমাত্রা ৫-৬ ডিগ্রী চেলছিয়াছ হ্রাস পাব বুলি কোৱা হৈছে। কাশ্মীৰত আটাইতকৈ শীতৰ দিন 'চিল্লই কলা' ২১ ডিচেম্বৰৰ পৰা ৪০ দিন চলিব। ১৫-১৯ ডিচেম্বৰত অসম তথা উত্তৰ-পূৰ্বাঞ্চলত ঘন কুঁৱলী পৰাৰ সম্ভাৱনা আছে। এই সময়ছোৱাত নিম্নতম তাপমাত্রা স্বাভাৱিক অৱস্থাতকৈ ১.৬ ডিগ্রী তললৈ নামিব।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ