--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • আমেৰিকাৰ প্ৰতিৰক্ষা মন্ত্ৰী হেগছেথে শুকুৰবাৰে কয় যে আমেৰিকাই আজি ইৰানত বৃহত্তম বিমান আক্ৰমণ কৰিব।

ডিজিটেল ডেস্ক: আমেৰিকাৰ প্ৰতিৰক্ষা মন্ত্ৰী হেগছেথে শুকুৰবাৰে কয় যে আমেৰিকাই আজি ইৰানত বৃহত্তম বিমান আক্ৰমণ কৰিব। 


তেওঁ কয় যে আমেৰিকাৰ সেনাই আধিপত্য অটুট ৰাখিব আৰু আক্ৰমণ তীব্ৰ কৰি তুলিব। তেওঁৰ মতে, বৃহৎসংখ্যক যুঁজাৰু আৰু বোমাৰু বিমানেৰে ইৰানৰ ওপৰত আক্ৰমণ কৰা হ'ব। 


হেগছেথে আৰু কয় যে আমেৰিকাই ইৰানৰ সকলো গুৰুত্বপূৰ্ণ সামৰিক ক্ষমতা ধ্বংস কৰাৰ আঁচনিত আগবাঢ়িছে। সংবাদমেলত তেওঁ দাবী কৰে যে আমেৰিকা-ইজৰাইলে একেলগে এতিয়ালৈকে ১৫,০০০ লক্ষাস্থানত আক্ৰমণ কৰিছে। তেওঁ আৰু কয় যে এই সামৰিক অভিযানত দুয়োখন দেশে বৃহৎ সফলতা লাভ কৰিছে।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ