--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • নেপাল ৰাষ্ট্ৰ বেংকৰ প্ৰাক্তন গৱৰ্নৰ মহাপ্ৰসাদ অধিকাৰীৰ স্বাক্ষৰসম্বলিত ন'টখন বৃহস্পতিবাৰে মুকলি কৰে দেশখনে।

ডিজিটেল ডেস্ক : ভাৰতৰ তিনিটা অঞ্চলক নিজৰ মানচিত্ৰত অন্তর্ভুক্ত কৰি নেপালে বৃহস্পতিবাৰে ইয়াৰ এখন নতুন ১০০ টকীয়া ন'ট মুকলি কৰিছে। ভাৰতৰ কালাপানী, লিপুলেখ আৰু লিম্পীয়াধুৰা অঞ্চলক নেপালৰ অংশ হিচাপে এখন মানচিত্র ১০০ টকীয়া ন'টখনত চিত্রিত কৰি নেপালত মুকলি কৰা ঘটনাটোৱে ভাৰতত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। 


নেপাল ৰাষ্ট্ৰ বেংকৰ প্ৰাক্তন গৱৰ্নৰ মহাপ্ৰসাদ অধিকাৰীৰ স্বাক্ষৰসম্বলিত ন'টখন বৃহস্পতিবাৰে মুকলি কৰে দেশখনে। বৰ্তমানৰ চৰকাৰখনৰ সিদ্ধান্ত মর্মেই এই সংশোধিত ১০০ টকীয়া ন'টখন জাৰি কৰা হৈছে বুলি দেশখনৰ ৰাষ্ট্ৰ বেংকটোৱে সদৰী কৰিছে। 


উল্লেখযোগ্য যে ২০২০ চনৰ মে'ত নেপালৰ প্ৰাক্তন প্রধানমন্ত্রী কে পি শর্মা অলিৰ চৰকাৰখনে দেশখনৰ এখন নতুন ৰাজনৈতিক মানচিত্ৰ জাৰি কৰিছিল, য'ত ভাৰতৰ তিনিওটা অঞ্চলক নেপালৰ অংশ হিচাপে দেখুওৱা হৈছিল আৰু নেপালী সংসদে এই মানচিত্রখনক অনুমোদন জনাইছিল।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ