--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • মন্ত্ৰীগৰাকীয়ে মঙলবাৰে দেশখনৰ 'ছামা টিভি'ত দিয়া এটা সাক্ষাৎকাৰত এই কথা প্রকাশ কৰে। তেওঁ কয় যে সম্প্রতি সশস্ত্র সংঘৰ্ষৰ ভাবুকি আছে আৰু পাকিস্তানে এই সন্দর্ভত চোকা দৃষ্টি ৰাখিছে।

ডিজিটেল ডেস্ক : পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফে ভাৰতক সকীয়াই দি কয় যে 'ভাৰতৰ সৈতে যুদ্ধৰ সম্ভাৱনা বাস্তৱত পৰিণত হ'ব' আৰু তেওঁ দাবী কৰে যে ভৱিষ্যতে কোনো সশস্ত্র সংঘৰ্ষৰ উদ্ভৱ হ'লে পাকিস্তানে বৃহৎ সাফল্য লাভ কৰিব।


মন্ত্ৰীগৰাকীয়ে মঙলবাৰে দেশখনৰ 'ছামা টিভি'ত দিয়া এটা সাক্ষাৎকাৰত এই কথা প্রকাশ কৰে। তেওঁ কয় যে সম্প্রতি সশস্ত্র সংঘৰ্ষৰ ভাবুকি আছে আৰু পাকিস্তানে এই সন্দর্ভত চোকা দৃষ্টি ৰাখিছে। 


তেওঁ লগতে কয়-যোৱা ৬ মাহৰ তুলনাত পাকিস্তানৰ সমর্থক আৰু মিত্ৰৰ সংখ্যা বৃদ্ধি হৈছে। পাক মন্ত্রী আছিফে লগতে এইবুলি দাবী কৰে যে মোগল সম্রাট ঔৰংগজেৱৰ কাৰ্যকালৰ চমু সময়খিনিক বাদ দি ভাৰত কেতিয়াও এখন ঐক্যবদ্ধ ৰাষ্ট্ৰ নাছিল। তেওঁ কয় যে আল্লাৰ নামত পাকিস্তান সৃষ্টি হৈছে। 


উল্লেখযোগ্য যে কিছু দিন পূর্বে ভাৰতৰ সেনাধ্যক্ষ উপেন্দ্র দ্বিবেদীৱে বিশ্ব মানচিত্রত পাকিস্তানে যদি অস্তিত্ব বজাই ৰাখিব খোজে তেন্তে সন্ত্রাসবাদক পৃষ্ঠপোষকতা বন্ধ কৰিবলৈ সতর্ক কৰি দিছিল। তাৰ পাছতেই পাকিস্তানৰ মন্ত্ৰীজনে এইদৰে কয়।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ