--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বিহাৰত ভোটাৰ তালিকাৰ বিশেষ ব্যাপক সংশোধনৰ প্ৰসংগত আলোচনাৰ দাবী কৰি সংসদত বিৰোধী পক্ষই অচলাৱস্থাৰ সৃষ্টি কৰাৰ সময়তে প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰে।

ডিজিটেল ডেস্ক : প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুক সাক্ষাৎ কৰে।


ৰাষ্ট্ৰপতি ভৱনৰ তৰফৰ পৰা সামাজিক মাধ্যমৰ জৰিয়তে এই বাতৰি দিয়ে। সামাজিক মাধ্যমত ৰাষ্ট্ৰপতি ভৱনে ৰাষ্ট্ৰপতি মুর্মু আৰু প্রধানমন্ত্রী মোদীৰ এখন ফটো প্রকাশ কৰি ইয়াৰ তলত লিখে, 'প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুক সাক্ষাৎ কৰে'। প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতিৰ সৈতে কি আলোচনা কৰিলে সেই কথা প্রকাশ কৰা নাই।


উল্লেখযোগ্য যে বিহাৰত ভোটাৰ তালিকাৰ বিশেষ ব্যাপক সংশোধনৰ প্ৰসংগত আলোচনাৰ দাবী কৰি সংসদত বিৰোধী পক্ষই অচলাৱস্থাৰ সৃষ্টি কৰাৰ সময়তে প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰে।


সূত্ৰসমূহে প্ৰকাশ কৰা অনুসৰি প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতিৰ সৈতে এই বিষয়টোক লৈও আলোচনা কৰে। উল্লেখযোগ্য যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে ভাৰতীয় সামগ্ৰীত ২৫% শুল্ক আৰু ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয়ৰ কাৰণে জৰিমনা আৰোপ কৰিব বুলি কৰা ঘোষণাৰ পাছতে প্রধানমন্ত্রীয়ে ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ