--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • দিল্লী আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ শাখাই গান্ধী পৰিয়ালৰ দুজন সদস্যসহ ছয়জন লোকৰ বিৰুদ্ধে এই গোচৰৰ সন্দৰ্ভত নতুনকৈ দাখিল কৰা এখন এজাহাৰত এই বিষয়টো উল্লেখ আছে।

ডিজিটেল ডেস্ক : নেশ্যনেল হেৰল্ড গোচৰৰ সৈতে ধনৰ অবৈধ সৰবৰাহৰ সংক্ৰান্তত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধী আৰু ছোনিয়া গান্ধীৰ বিৰুদ্ধে অপৰাধমূলক ষড়যন্ত্ৰ কৰাৰ অভিযোগ অনা হৈছে। 


দিল্লী আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ শাখাই গান্ধী পৰিয়ালৰ দুজন সদস্যসহ ছয়জন লোকৰ বিৰুদ্ধে এই গোচৰৰ সন্দৰ্ভত নতুনকৈ দাখিল কৰা এখন এজাহাৰত এই বিষয়টো উল্লেখ আছে। 


এজাহাৰখনত চেম পিট্ৰ'ডা সুমন ডুবে, সুনীল ভাণ্ডাৰী আৰু এজন অচিনাক্ত ব্যক্তিৰ নাম আছে। তদুপৰি তিনিটা কোম্পানী এছ'চিয়েট জার্নেল লিমিটেড, ইয়ং ইণ্ডিয়ান আৰু ড'টেক্স মার্চেনডাইজ প্রাইভেট লিমিটেডকো এই গোচৰৰ সৈতে সাঙোৰা হৈছে। 


এজাহাৰখনত অভিযোগ অনা হৈছে যে এছ'চিয়েটেড জার্নেল লিমিটেডে (এ জে এল) ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা ৯০.২৫ কোটি টকাৰ সুতবিহীন ঋণ লৈ ঘূৰাই দিয়া নাছিল। এই ক্ষেত্রত এ জে এলৰ অভিভাৱক প্রতিষ্ঠান অধুনালুপ্ত নেশ্যনেল হেৰল্ড বাতৰি কাকতখন ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ মালিকানাধীন আছিল আৰু সেই সময়তে দুয়োজনে অপৰাধমূলক ষড়যন্ত্ৰ কৰি প্ৰৱঞ্চনাৰে এ জে এলক মালিকানাধীন কৰিছিল বুলি ই ডিয়ে অভিযোগ কৰিছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ