--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ২৩ মাৰ্চত ৰাজ্যবোৰক আগতকৈ ২০ শতাংশ অধিক গেছ দিয়া হ'ব। এই গেছ পোৱাৰ পাছত যুদ্ধৰ আগতে ৰাজ্যবোৰে পোৱা গেছতকৈ বর্তমান পোৱা মুঠ গেছ ৫০ শতাংশ অধিক হ'ব।

ডিজিটেল ডেস্ক: চলি থকা গেছৰ সংকটৰ মাজতে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যবোৰলৈ এল পি জিৰ যোগান বৃদ্ধি কৰিবলৈ নিৰ্দেশ দিছে।


২৩ মাৰ্চত ৰাজ্যবোৰক আগতকৈ ২০ শতাংশ অধিক গেছ দিয়া হ'ব। এই গেছ পোৱাৰ পাছত যুদ্ধৰ আগতে ৰাজ্যবোৰে পোৱা গেছতকৈ বর্তমান পোৱা মুঠ গেছ ৫০ শতাংশ অধিক হ'ব। 


পেট্রলিয়াম আৰু প্রাকৃতিক গেছ মন্ত্ৰ্যালয়ৰ সচিব নীজৰ মিটলে সকলো ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলৰ মুখ্য সচিবলৈ পত্ৰ প্ৰেৰণ কৰি এই কথা জনায়। এই পত্ৰত সামূহিক ৰন্ধনশালা, ৰেস্তোৰাঁ, ধাবা, হোটেল আৰু ঔদ্যোগিক কেণ্টিনক অগ্রাধিকাৰ দিবলৈ কোৱা হৈছে। ইয়াৰ লগতে প্ৰৱাসী শ্রমিকৰ বাবে ৫ কিল'ৰ ফ্ৰী ট্রেড এল পি জি (এফ টি এল) চিলিণ্ডাৰ অগ্ৰাধিকাৰ দিবলৈ নিৰ্দেশ দিয়া হৈছে। নির্দেশটোত ক'লা বজাৰ ৰোধ কৰাৰ পদক্ষেপ গ্রহণ কৰিবলৈও নির্দেশ দিয়া হৈছে। এই বর্ধিত যোগানৰ ফলত ফুড প্রচেছিং ইউনিট আৰু দুগ্ধ খণ্ডও লাভৱান হ'ব। ৰাজ্য চৰকাৰ বা স্থানীয় প্রশাসনৰ দ্বাৰা পৰিচালিত সস্তীয়া কেণ্টিনেও এই বর্ধিত যোগানত অগ্ৰাধিকাৰ পাব।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ