--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • অসম তথা উত্তৰ পূৰ্বৰ বাণিজ্য,পৰ্যটন, সাংস্কৃতিক সমন্বয়েৰে ছিংগাপুৰত নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল অনুষ্ঠিত হ'বলৈ গৈ আছে

ডিজিটেল ডেস্কঃ অসম তথা উত্তৰ পূৰ্বৰ বাণিজ্য,পৰ্যটন, সাংস্কৃতিক সমন্বয়েৰে ছিংগাপুৰত নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল অনুষ্ঠিত হ'বলৈ গৈ আছে।উত্তৰ-পূবৰ কৃষি-পর্যটনক এখন বৃহৎ বজাৰ দিয়াৰ লগতে বিশ্ববাসীৰ আগত এই সমূহ তুলি ধৰাৰ প্ৰয়াসৰে এই ফেষ্টিভেলৰ আয়োজন ।


অহা ১৯, ২০ আৰু ২১ ছেপ্টেম্বৰত ছিংগাপুৰৰ বিখ্যাত ছানটেক চেণ্টাৰত আয়োজন হ'ব এই ফেষ্টিভেল।ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আদৰ্শৰে ভাৰতৰ পূবলৈ চোৱা নীতিৰ লক্ষ্যৰে দেশখনৰ সৰ্ববৃহৎ প্রকল্প নর্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল আয়োজন কৰা হৈছে।


বাণিজ্য, কৃষি, হস্তশিল্পক প্রাধান্য দিয়া হয় এই ফেষ্টিভেলত। এই অনুষ্ঠানটোত উত্তৰ-পূবৰ বিভিন্ন ৰাজ্যৰ মন্ত্ৰীসকলৰ লগতে বহুকেইজন কেন্দ্রীয় মন্ত্রী উপস্থিত থাকিব। উত্তৰ-পূবৰ প্ৰায় ৫০০ প্রতিনিধিয়ে অংশ ল'বলগীয়া এই অনুষ্ঠান ছিংগাপুৰত ভাৰতৰ সৰ্ববৃহৎ অনুষ্ঠান।


৪ কোটি ব্যয় সাপেক্ষে অনুষ্ঠিত হ'ব এই অনুষ্ঠান। সংবাদমেল আয়োজন কৰি শ্যামকানু মহন্তই এই কথা উল্লেখ কৰে ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ