--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • সঞ্চালকগৰাকীয়ে কয় যে যুদ্ধ ব্যয় বৃদ্ধি হৈ গৈ থকাটোৱে দেশৰ অর্থনৈতিক কাঠামোেত কিছু পৰিমাণে নেতিবাচক প্রভাৱ পেলাব পাৰে।

ডিজিটেল ডেস্ক : ভেনিজুৱেলাৰ দৰে ইৰানক তেনেই সহজ প্রতিপক্ষ হিচাপে ল'বলৈ গৈ বৃহৎ লোকচানৰ সম্মুখীন হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ। মধ্যপ্রাচ্যত মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে অব্যাহত ৰখা যুদ্ধখনত মাত্ৰ ১৬ দিনত আমেৰিকাই ব্যয় কৰিলে প্রায় ১২ বিলিয়ন ডলাৰ (প্রায় ১২০০ কোটি টকা)। 


এই তথ্য প্রকাশ কৰিছে হোৱাইট হাউছৰ ৰাষ্ট্ৰীয় অর্থনৈতিক পৰিষদৰ সঞ্চালক কেভিন হাচ্ছেটে। সঞ্চালকগৰাকীয়ে কয় যে যুদ্ধ ব্যয় বৃদ্ধি হৈ গৈ থকাটোৱে দেশৰ অর্থনৈতিক কাঠামোেত কিছু পৰিমাণে নেতিবাচক প্রভাৱ পেলাব পাৰে। তথ্য অনুসৰি আমেৰিকাই যুদ্ধৰ প্ৰথম সপ্তাহতে প্রায় ৫ বিলিয়ন ডলাৰৰ অস্ত্র-শস্ত্র ইৰানৰ ওপৰত আক্ৰমণত ক্ষয় কৰিছিল। 


অৱশ্যে, তেওঁ কয় যে যুদ্ধৰ ফলত ইৰানৰ অৰ্থনীতি ধ্বংস হ'লেও আমেৰিকাৰ অৰ্থনীতি ধ্বংস হ'বলৈ দিব নোৱাৰি। আমেৰিকা হৈছে তেল উৎপাদনৰ ক্ষেত্ৰত এখন প্রধান দেশ। গতিকে, আমেৰিকাৰ অৰ্থনীতি হঠাতে ক্ষতিগ্রস্ত নহয় বুলি তেওঁ প্রকাশ কৰে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ