--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ইজৰাইলে ইৰানৰ প্ৰায় ৩০টা তৈল আন্তঃগাঁথনিত আক্ৰমণ কৰাৰ পাছতে আমেৰিকাৰ সৈতে ইহুদি ৰাষ্ট্ৰখনৰ মত পাৰ্থক্যৰ সৃষ্টি হৈছে।

ডিজিটেল ডেস্ক : ইৰানৰ তৈল আন্তঃগাঁথনিত আক্ৰমণক কেন্দ্ৰ কৰি এইবাৰ মিত্ৰগোষ্ঠী আমেৰিকা আৰু ইজৰাইলৰ মাজতে সংঘাতৰ সৃষ্টি হৈছে।


ইজৰাইলে ইৰানৰ প্ৰায় ৩০টা তৈল আন্তঃগাঁথনিত আক্ৰমণ কৰাৰ পাছতে আমেৰিকাৰ সৈতে ইহুদি ৰাষ্ট্ৰখনৰ মত পাৰ্থক্যৰ সৃষ্টি হৈছে। মিত্র দেশ দুখনে ২৮ ফেব্ৰুৱাৰীত ইৰানত আক্ৰমণ আৰম্ভ কৰাৰ পাছত এই প্ৰথমবাৰৰ বাবে মত-বিৰোধ ঘটিল। 


উল্লেখযোগ্য যে যোৱা শনিবাৰে ইজৰাইলে ইৰানৰ তৈল আন্তঃগাঁথনিসমূহত ক্ষেপণাস্ত্ৰ আক্ৰমণ কৰে। এই আক্ৰমণত উপসাগৰীয় দেশখনৰ তেল আন্তঃগাঁথনিৰ বিস্তৰ ক্ষতি হোৱাৰ লগতে তেহৰানৰ বহু স্থানত বৃহৎ অগ্নিকাণ্ড সংঘটিত হয়। তৈল ভাণ্ডাৰত হোৱা আক্ৰমণৰ ফলত তেহৰানৰ আকাশ ক'লা ধোঁৱাই আৱৰি ধৰিছিল। ইৰানৰ তৈল ভাণ্ডাৰত ইজৰাইলৰ আক্ৰমণৰ পাছতে খৰ্গহস্ত হৈ পৰে ট্রাম্প প্রশাসন। 


মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে এই আক্রমণত অসন্তুষ্টি প্রকাশ কৰি কয় যে ইজৰাইলৰ আক্ৰমণৰ বিষয়টো তেওঁৰ পচন্দ নহ'ল। ইফালে ইজৰাইলে প্রকাশ কৰিছে যে ইৰানে এই তেল ডিপ' আৰু শোধনাগাৰসমূহৰ পৰা বিভিন্ন গ্রাহক দেশৰ লগতে দেশখনৰ সামৰিক বাহিনীক তেল যোগান ধৰি আহিছে। তদুপৰি ইজৰাইলৰ আৱাসিক অঞ্চলত কৰা আক্ৰমণৰ প্রতিশোধ হিচাপেহে এই আক্রমণ কৰা বুলি ইজৰাইলে প্রকাশ কৰে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ