--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ইৰানে এই যুদ্ধ আৰম্ভ কৰা নাছিল, আমেৰিকাইহে নিজৰ প্রয়োজন পূৰাবৰ বাবে যুদ্ধ আৰম্ভ কৰে।

ডিজিটেল ডেস্ক : 'আমেৰিকাই ইৰানক বিভাজিত কৰি তৈল সম্পদত নিজৰ অধিকাৰ সাব্যস্ত কৰিব বিচাৰিছে।'


এই গুৰুত্বপূৰ্ণ মন্তব্য ইৰানৰ বিদেশ মন্ত্ৰ্যালয়ৰ মুখপাত্র ইছমাইল বাঘাইৰ। তেহৰানত সংবাদ মাধ্যমৰ সন্মুখত আমেৰিকাৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰি বাঘায়ে কয় যে আমেৰিকা আৰু ইজৰাইলে অৰম্ভ কৰা এই যুদ্ধখন পচন্দৰ যুদ্ধ নহয়, প্রয়োজনীয়তাৰ যুদ্ধহে। 


ইৰানে এই যুদ্ধ আৰম্ভ কৰা নাছিল, আমেৰিকাইহে নিজৰ প্রয়োজন পূৰাবৰ বাবে যুদ্ধ আৰম্ভ কৰে। তেওঁ কয় যে আমেৰিকা আৰু ইজৰাইলৰ এই যুদ্ধৰ লক্ষ্য আৰু উদ্দেশ্য এতিয়া পৰিষ্কাৰ হৈ পৰিছে। আমাৰ দেশৰ তেল সম্পদৰ ওপৰত অবৈধ দখল সাব্যস্ত কৰাৰ বাবেই দেশ দুখনে যুদ্ধ আৰম্ভ কৰা বুলি ইছমাইল বাঘায়ে অভিযোগ কৰে। 


তেওঁ কয় যে শত্রু ৰাষ্ট্ৰ দুখনৰ লক্ষ্য হৈছে ইৰানৰ সাৰ্বভৌমত্ব উলংঘন কৰা, দেশখনৰ জনতাক পৰাস্ত কৰা আৰু মানৱীয়তাক পদদলিত কৰা। যেতিয়ালৈকে সামৰিক আক্রমণ চলি থাকিব, তেতিয়ালৈ যুদ্ধবিৰতিৰ সন্দৰ্ভত আলোচনা অসম্ভৱ বুলিও তেওঁ কয়।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ