--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বেলনডাংগাত 'বাবৰী মছজিদ'ৰ আধাৰশিলা স্থাপনৰ পাছত কবীৰে কয় যে অহা ২২ ডিচেম্বৰত তেওঁ এটা নতুন দল ঘোষণা কৰিব

ডিজিটেল ডেস্ক : পশ্চিম বংগৰ মুর্শিদাবাদত বাবৰী মছজিদৰ প্ৰতিৰূপ নিৰ্মাণৰ প্ৰস্তাৱ দিয়াৰ পাছতে তৃণমূল কংগ্ৰেছৰ পৰা বিধায়ক হুমায়ুন কবীৰক নিলম্বন কৰা হৈছিল। 


ইয়াৰ পাছতেই অহা বছৰত বিধানসভাৰ নিৰ্বাচনত চতুৰ্থবাৰৰ বাবে পশ্চিম বংগৰ শাসনত অধিষ্ঠিত হোৱাৰ পৰা মুখ্যমন্ত্ৰী মমতা বেনার্জীক বাধা দিবলৈ প্রতিজ্ঞাবদ্ধ হৈছে হুমায়ুন কবীৰ। মুখ্যমন্ত্রী বেনার্জীক চিনেমাৰ কায়দাত ভাবুকি দি কবীৰে কয়, 'পিকচাৰ অভী বাকী হ্যে', তৃণমূলৰ মুছলিম ভোট বেংক নাইকিয়া হ'বলৈ গৈ আছে'। 


বেলনডাংগাত 'বাবৰী মছজিদ'ৰ আধাৰশিলা স্থাপনৰ পাছত কবীৰে কয় যে অহা ২২ ডিচেম্বৰত তেওঁ এটা নতুন দল ঘোষণা কৰিব আৰু হায়দৰাবাদৰ সাংসদ আছাদুদ্দিন ওৱেছীৰ দল 'এ আই এম আই এম'ৰ সৈতে মিত্ৰতা কৰিব।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ