--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাছিয়ান সৈন্যৰ গোলাবৰ্ষণত ইউক্ৰেইনৰ ৬ জন বোমা বিশেষজ্ঞ নিহত হৈছে। তেওঁলোকে দক্ষিণ খেৰচন অঞ্চলত খনন কাৰ্য্যত নিয়োজিত আছিল। ইউক্ৰেইনৰ জৰুৰীকালীন সেৱাই শনিবাৰে এই তথ্য প্ৰকাশ কৰে।

জৰুৰীকালীন সেৱাই টেলিগ্ৰাম বাৰ্তাত জনোৱা মতে, ডিমাইনিং দলৰ আন দুজন সদস্য আহত হৈছে, য’ত এগৰাকী মহিলা নাৰ্ছো আছিল। তেওঁলোক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

ইউক্ৰেইনৰ ৰাজ্যিক জৰুৰীকালীন সেৱাৰ মুৰব্বী ছেৰহি ক্ৰুকে ফেচবুকত জনায় যে আজি জৰুৰীকালীন সেৱাই তেওঁৰ পৰিয়ালৰ এটা অংশ হেৰুৱালে। খেৰচনৰ এটা অঞ্চলত খনি পৰিষ্কাৰ কৰাৰ সময়তে গোলাবৰ্ষণ কৰা হয়। ইয়াতে আমাৰ ছয়জন বিশেষজ্ঞৰ মৃত্যু হ’ল।

তেওঁ এই পোষ্টটোত অভিযোগ কৰে যে ৰাছিয়াই আন্তঃৰাষ্ট্ৰীয় আইন উলংঘা কৰি আছে। এই সন্দৰ্ভত ৰাছিয়াৰ পৰা কোনো বিবৃতি পোৱা হোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস