--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • মঙলবাৰে আগবেলা ১১ বজাত তেওঁৰ মৃত্যু হয়। ১৯৭০ চনত 'ৰাতোঁ কা ৰাজা'ৰে চলচ্চিত্ৰৰ জীৱন আৰম্ভ কৰা ধীৰাজ কুমাৰে কেইবাখনো হিন্দী-পঞ্জাবী চলচ্চিত্রত অভিনয় কৰিছে

ডিজিটেল ডেস্ক : মনোজ কুমাৰৰ 'ৰুটি, কাপড়া ঔৰ মকান' তথা টিভি ধাৰাবাহিক 'ওম নমঃ শিৱায়ে' আৰু 'আদালত' প্রযোজনাৰ বাবে খ্যাত প্রবীণ অভিনেতা-প্রযোজক-পৰিচালক ধীৰাজ কুমাৰৰ ৭৯ বছৰ বয়সত মুম্বাইৰ এখন চিকিৎসালয়ত মৃত্যু হয়।


তেওঁৰ পৰিয়ালৰ এজন বন্ধুৱে সংবাদ মাধ্যমক এই কথা জনায়। কুমাৰে গুৰুতৰ নিমোনিয়াত ভুগি আছিল আৰু তেওঁক কোকিলাবেন ধীৰুভাই আম্বানি হস্পিটেলত ভর্তি কৰা হৈছিল।


মঙলবাৰে আগবেলা ১১ বজাত তেওঁৰ মৃত্যু হয়। ১৯৭০ চনত 'ৰাতোঁ কা ৰাজা'ৰে চলচ্চিত্ৰৰ জীৱন আৰম্ভ কৰা ধীৰাজ কুমাৰে কেইবাখনো হিন্দী-পঞ্জাবী চলচ্চিত্রত অভিনয় কৰিছে। তেওঁ অভিনীত উল্লেখযোগ্য দুখনমান চলচ্চিত্র হ'ল 'ৰুটি, কাপড়া ঔৰ মকান' (১৯৭৪), 'সৰগম' (১৯৭৯) আৰু 'ক্রান্তি (১৯৮১)।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ