--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বুধবাৰে লক্ষ্ণৌ অসামৰিক আদালতৰ ভিতৰত একাংশ অচিনাক্ত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে কুখ্যাত গেংষ্টাৰ সঞ্জীৱ জীভাক। আদালতৰ ভিতৰতে হোৱা এই গুলীচালনাৰ ঘটনাত সঞ্জীৱ জীভাৰ মৃত্যু হোৱাৰ লগতে এগৰাকী কণমানি ছোৱালীও আহত হয়।

গেংষ্টাৰলৈ পৰিণত হোৱা ৰাজনীতিবিদ মুখতাৰ আনছাৰীৰ ঘনিষ্ঠ সহায়ক আছিল সঞ্জীৱ। বিজেপি বিধায়ক ব্ৰহ্মদত্ত দ্বিবেদীৰ হত্যাকাণ্ডৰ অভিযুক্ত আছিল আছিল সঞ্জীৱ জিভা। উক্ত হত্যাকাণ্ডৰ আন এজন অভিযুক্ত আছিল মুখতাৰ আনছাৰী।

এটা অপৰাধমূলক গোচৰৰ শুনানিৰ বাবে লক্ষ্ণৌ আদালতলৈ অনা হৈছিল গেংষ্টাৰ সঞ্জীৱক। খবৰ অনুসৰি, গুলীচালনাকাৰীয়ে অধিবক্তাৰ বেশত আদালতত উপস্থিত হৈ তেওঁৰ ওপৰত গুলীচালনা কৰে। গুলীচালনা কৰি সেই স্থানৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় আক্ৰমণকাৰী। 

এই আক্ৰমণত এজন আৰক্ষী কনিষ্টবলো আহত হয়। ইতিমধ্যে চিকিৎসাৰ বাবে লক্ষ্ণৌ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ হৈছে আৰক্ষী কনিষ্টবলগৰাকীক।







FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস