--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নৰেন্দ্ৰ মোদীয়ে দেওবাৰে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাবে শপতগ্ৰহণ কৰে। মোদীৰ সৈতে আন ৭২ গৰাকী মন্ত্ৰীয়েও শপত গ্ৰহণ কৰিলে। কিন্তু শপতগ্ৰহণৰ পিছতে আৰম্ভ হৈছে মন্ত্ৰিত্বকলৈ বিসম্বাদ।  মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে নেতৃত্বাধীন শিৱসেনাক নতুন মন্ত্ৰী পৰিষদত মন্ত্ৰিত্বৰ দিয়াৰ বিপৰীতে এনচিপিৰ  উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ ফৈদে ভবা ধৰণে লাভাৱান্বিত নোহোৱা বুলি ক্ষোভ প্ৰকাশ কৰিছে।

 সেয়ে এনচিপিৰ অজিত পাৱাৰৰ ফৈদে ৰাজ্যিক মন্ত্ৰী পদৰ প্ৰস্তাৱ নাকচ কৰিছে।  মহাৰাষ্ট্ৰৰ বিজেপি নেতা তথা উপ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনৱিছে  পাৱাৰ আৰু এনচিপিৰ জ্যেষ্ঠ নেতা প্ৰফুল্ল পেটেল তথা  সুনীল তাটকাৰেক  সৈ সাক্ষাৎ কৰে । এই সাক্ষাতৰ পিছতে ফাডনৱিছে  সাংবাদিকক কয় যে বিজেপিয়ে এনচিপিক এটা ৰাজ্যিক মন্ত্ৰীৰ পদ দিছে। কিন্তু এনচিপিয়ে কেবিনেট পদ বিচাৰিছে।  

পাৱাৰৰ ফৈদে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা চাৰিখন আসনৰ ভিতৰত মাত্ৰ এখন আসনত জয়ী হোৱাৰ বিপৰীতে সিন্দেৰ শিৱসেনাই  ১৫খন আসনৰ ভিতৰত ৭খন আসনত জয়ী হ’বলৈ সক্ষম হৈছে।এনচিপিয়ে ৰাজ্যিক মন্ত্ৰীৰ পৰিৱৰ্তে কেবিনেট মন্ত্ৰীহে বিচাৰিছে।  

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ