--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সোমবাৰে আনুষ্ঠানিকভাবে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ আসনত বহে  নৰেন্দ্ৰ মোদীয়ে।  একেৰাহে তৃতীয়বাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ হিচাবে দায়িত্ব গ্ৰহণ কৰিয়েই মোদীয়ে আজি  ‘পি এম কিষাণ নিধি’ৰ কিস্তি মুকলি কৰাৰ  প্ৰথম ফাইলত স্বাক্ষৰ কৰে । এই নিধিৰ জৰিয়তে দেশৰ  ৯.৩ কোটি কৃষক উপকৃত হ'ব আৰু কৃষকৰ মাজত  প্ৰায় ২০,০০০ কোটি টকা বিতৰণ কৰা হ'ব।

চৰকাৰ গঠনৰ পিছত সংসদৰ প্ৰথম অধিৱেশনৰ সময়ত ৰাষ্ট্ৰপতিয়ে দুয়োটা সদনক সম্বোধন কৰি চৰকাৰৰ কাৰ্যসূচী আৰু অহা পাঁচখনৰ বাবে ইয়াৰ দৃষ্টিভংগীৰ ৰূপৰেখা দাঙি ধৰিব । উল্লেখ্য জৱাহৰলাল নেহৰুৰ পিছত তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে ঘূৰি অহা তেওঁ দ্বিতীয়জন নেতা হৈছে মোদী ।কালি মোদীৰ লগতে অমিত শ্বাহ, ৰাজনাথ সিং, নিৰ্মলা সীতাৰমণ, শিৱৰাজ সিং চৌহান, মনোহৰ লাল খট্টৰকে ধৰি ৭১জন মন্ত্ৰীয়েও শপত গ্ৰহণ কৰিছিল।শেহতীয়া লোকসভা নিৰ্বাচনত মোদী  নেতৃত্বাধীন বিজেপিয়ে ২৪০খন আসন লাভ কৰে, যিটো সংখ্যাগৰিষ্ঠতাৰ সংখ্যা ২৭২খনতকৈ বহু কম। তথাপি সহযোগী দলৰ সমৰ্থনত মোদীয়ে পুনৰ তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ