--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মুম্বাই বিমানবন্দৰৰ পাপ্পাৰাজ্জীৰ পৰা কোনোমতে বাচি আহিল বিৰাট কোহলী। ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ’ত দেখা গৈছে কোহলীয়ে মুম্বাই বিমানবন্দৰৰ পৰা ওলাই আহিছে।

যেতিয়া পাপাৰাজী আৰু অনুৰাগীয়ে তেওঁৰ ছবি ক্লিক কৰিবলৈ চেষ্টা কৰিছিল, তেতিয়া তেওঁ বিমানবন্দৰৰ গেটত ফটো উঠিছিল যদিও তেওঁৰ গাড়ীৰ ওচৰত কোনো ছবি তুলিবলৈ অমান্তি হ’ল, কাৰণ গাড়ীৰ ভিতৰত তেওঁ কন্যা ভামিকা আছিল।

“গাড়ীৰ ওচৰত নহয়, ইয়াতেই তোলক ফটো। প্লিজ, ৰাতিপুৱা বহুত সোনকালে শুই উঠি আহিছো’’- ক্ৰিকেটাৰগৰাকীয়ে কোৱা শুনা যায়-, “আৰে বেটি কো ঘৰ লেকে জানা হায়’’।

উল্লেখ্য যে বুধবাৰে মুম্বাইত অনুষ্ঠিত হ’বলগীয়া প্ৰথমখন ছেমি ফাইনেলত আয়োজক দলটোৱে নিউজিলেণ্ডৰ বিৰুদ্ধে খেলিব আৰু তাৰ পিছত পিছদিনা কলকাতাত অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাৰ মাজত দ্বিতীয়খন লাষ্ট ফোৰ খেল অনুষ্ঠিত হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আধাৰ কাৰ্ড এতিয়াৰে পৰা জন্মৰ তাৰিখৰ প্ৰমাণ নহয়: UIDAI-ৰ নতুন নিৰ্দেশনা
নয়দাত চাইবাৰ প্ৰৱঞ্চকৰ জাল: 'ডিজিটেল এৰেষ্ট'ৰ ভয় দেখুৱাই বৃদ্ধৰ পৰা লুটিলে ৮৫ লাখ টকা
নিমাতীৰ এশ বিঘা মাটিত হোৱা নাই খেতি
ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল: শীৰ্ষত কোন কোন জিলা?
আইপিএলত ইতিহাস গঢ়াৰ দিশে ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশী: বিহাৰৰ বৈভৱে কঁপাব ক্ৰিকেট জগত
আজি পুৱা ১০.৩০ বজাত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান
নিষিদ্ধ নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে নগাঁৱৰ গায়ন গাঁৱত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ
মধ্যপ্রাচ্যৰ যুদ্ধৰ মাজতে ৰাষ্ট্ৰসংঘৰ আস্থা; চলিত বৰ্ষত ভাৰতৰ উন্নয়নৰ হাৰ হ’ব ৬.৪%
চৰকাৰী চাকৰি সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়; অৰ্হতাৰ মূল মাপকাঠীসমূহ পূৰণ নকৰিলে পদৰ অযোগ্য হ’ব প্রার্থী
সেনাৰ গতি-বিধিৰ ছবি পাকিস্তানলৈ, গ্ৰেপ্তাৰ ৩০
ডিব্ৰুগড় জে’লত পুনৰ গ্ৰেপ্তাৰ হ’ব অমৃতপাল সিং, NSAৰ জিম্মাৰ ম্যাদ অন্ত
মেৰাপানীত অৰুণাচলী সুৰা ভৰ্ত্তি এখন বৃহৎ ট্ৰাক জব্দ