--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আফগানিস্তান এতিয়া তালিবানৰ দখলত। আফগানিস্তানৰ দৰেই তালিবানে পাকিস্তানো দখল কৰি ল’ব নেকি? আপাততঃ তেনে আশংকাই এতিয়া ঘনীভূত হৈছে। শেহতীয়াকৈ তালিবানে অভিযোগ কৰিছে যে পাকিস্তানত সঠিকভাবে ' আল্লাৰ শাসন' প্ৰতিষ্ঠা হোৱা নাই। সেয়ে আল্লাৰ শাসন প্ৰতিষ্ঠা কৰিবলৈ আফগানিস্তানৰ পৰা শ শ তালিবান সন্ত্ৰাসবাদীক পাকিস্তানলৈ প্ৰেৰণ কৰা হৈছে।  শেহতীয়াকৈ  ভাইৰেল হৈ পৰা এটা বিশেষ  ভিডিঅ'ত তেহৰিক-ই-তালিবানৰ সন্ত্ৰাসবাদীয়ে পাকিস্তানত প্ৰৱেশ কৰা দেখা গৈছে। 

এই ভিডিঅ’ এতিয়া   ছ'চিয়েল মিডিয়াত এটা ভিডিঅ' ভাইৰেল হৈ পৰিছে।  ভিডিঅ'টোত তালিবানে দাবী কৰিছে যে তালিবানে ইছলামাবাদত 'আল্লাৰ শাসন' প্ৰতিষ্ঠা কৰিবলৈ প্ৰৱেশ কৰিছে । পাকিস্তানে প্ৰকৃত ইছলাম অনুসৰণ কৰা নাই বুলিও তালিবানে কৈছে। 

তালিবানে কৈছে "ইছলামাবাদত আল্লাৰ শাসন প্ৰতিষ্ঠা কৰিবলৈ পাকিস্তানত প্ৰৱেশ কৰিবলৈ আফগানিস্তানৰ পৰা পাৰ হৈ অহা শ শ তেহৰিক-ই-তালিবান পাকিস্তানলৈ গৈছে। তেওঁলোক  স্বাধীনতা সংগ্ৰামী। পাকিস্তানে প্ৰকৃত ইছলাম অনুসৰণ কৰা নাই। আমি তেওঁলোকক প্ৰকৃত ইছলাম শিকাম''। 

 উল্লেখ্য  যে প্ৰাক্তন প্ৰধানমন্ত্ৰী  ইমৰান খানে তালিবানক সমৰ্থন কৰিছিল বুলি গুৰুতৰ অভিযোগ উঠিছিল। ইমৰাণ খানৰ দিনত পাকিস্তানত তালিবানে খোপনি মজবুত কৰিবলৈ সক্ষম হৈছিল বুলিও খবৰ ওলাইছিল। পাকিস্তানৰ অৰ্থনৈতিক অৱস্থা এতিয়া তেনেই পুতৌজনক। এনে পৰিস্থিতিত তালিবানে পাকিস্তান দখল কৰাটোও কোনো আচৰিত হ’বলগীয়া কথা নহ’ব। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ