--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তিনিজন ব্ৰিটিছ নাগৰিকক আফগানিস্তানত পণবন্দী কৰিলে তালিবানে।প্ৰেছিডিয়াম নেটৱৰ্ক নামৰ  এক ব্ৰিটেইনৰ অলাভজনক সংস্থাটোৱে  এই তথ্য প্ৰকাশ কৰিছে। সংস্থাটোৰ ৰিচাৰ্ডছে নিশ্চিত কৰিছে যে তালিবানে এজন পেৰামেডিকক বন্দী কৰি ৰাখিছে।  

এই সন্দৰ্ভত অৱশ্যে তালিবানে কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই।   পণবন্দী কৰাসকলৰ ভিতৰত এজনক  বাৰ্মিংহামৰ ২৩ বছৰীয়া মাইলছ ৰাউটলেজ বুলি জনা গৈছে। উল্লেখ্য আফগানিস্তান এতিয়া তালিবানৰ দখলত। আফগানিস্তানৰ দৰেই তালিবানে পাকিস্তানো দখল কৰি ল’ব নেকি? আপাততঃ তেনে আশংকাই এতিয়া ঘনীভূত হৈছে। 

শেহতীয়াকৈ তালিবানে অভিযোগ কৰিছে যে পাকিস্তানত সঠিকভাবে ' আল্লাৰ শাসন' প্ৰতিষ্ঠা হোৱা নাই। সেয়ে আল্লাৰ শাসন প্ৰতিষ্ঠা কৰিবলৈ আফগানিস্তানৰ পৰা শ শ তালিবান সন্ত্ৰাসবাদীক পাকিস্তানলৈ প্ৰেৰণ কৰা হৈছে।  শেহতীয়াকৈ  ভাইৰেল হৈ পৰা এটা বিশেষ  ভিডিঅ'ত তেহৰিক-ই-তালিবানৰ সন্ত্ৰাসবাদীয়ে পাকিস্তানত প্ৰৱেশ কৰা দেখা গৈছে। 

এই ভিডিঅ’ এতিয়া   ছ'চিয়েল মিডিয়াত এটা ভিডিঅ' ভাইৰেল হৈ পৰিছে।  ভিডিঅ'টোত তালিবানে দাবী কৰিছে যে তালিবানে ইছলামাবাদত 'আল্লাৰ শাসন' প্ৰতিষ্ঠা কৰিবলৈ প্ৰৱেশ কৰিছে । পাকিস্তানে প্ৰকৃত ইছলাম অনুসৰণ কৰা নাই বুলিও তালিবানে কৈছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস