--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : নৱবৰ্ষ বুলি বিদেশলৈ এপাক বলীউডৰ প্ৰেমিক যুগল ৰণবীৰ-আলিয়াৰ৷  আফ্ৰিকা ভ্ৰমণত ব্যস্ত হৈ পৰা ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটক দেখা গ'ল ৱাইল্ডলাইফ ছাফাৰীত৷ ছ'চিয়েল মিডিয়াত খলকনি তুলিছে প্ৰেমিক চৰাইহালৰ দুঃসাহসিক কেনিয়া ভ্ৰমণৰ কিছু দৃশ্য়৷ মুখত এমোকোৰা উজ্জ্বল হাঁহিৰে দেখা পোৱা দুই তাৰকাৰ ফটোতেই স্পষ্ট তেওঁলোকৰ ভ্ৰমণকালৰ সফল মুহূৰ্ত্ব৷

ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটৰ সৈতে ছ'চিয়েল মিডিয়াত এখন ফটো প্ৰকাশ কৰে লেখিকা তথা ডিজাইনাৰ লিজা খ্ৰিষ্ট'ফেৰসেনে৷ তেওঁ কয়, "ছাফাৰীৰ সময়ত ভাৰতৰ বলীউড তাৰকা আলিয়া ভাট আৰু ৰণবীৰ কাপুৰক লগ পোৱাৰ সৌভাগ্য হয়৷ মই তেওঁলোকক মোৰ এখন গ্ৰন্থ উপহাৰ দিও৷" ইয়াৰ পাছতে এই ভ্ৰমণ সামৰি উভটি অহা আলিয়াই ছুটীৰ সময়ছোৱাৰ কথা উল্লেখ কৰি কয়, "giving 2022 some hakuna matata energy"


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ