--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা শ্ৰদ্ধা হত্যাকাণ্ডৰ এটাৰ পাছত আনটো তথ্য পোহৰলৈ আহিছে। শেহতীয়াকৈ শ্ৰদ্ধা হত্যাকাণ্ডৰ এটা গুৰুত্বপূৰ্ণ তথ্য চৰ্চালৈ আহিছে। 
Saw Shraddha Walker Only Once": Delhi Murder Accused's Neighbour
সূত্ৰ অনুসৰি ২০১৯ চনৰ আগষ্ট মাহত শ্ৰদ্ধা ৱালকাৰৰ পিতৃ-মাতৃ আফতাব আমিন পুনাৱালাৰ পিতৃ-মাতৃৰ ওচৰলৈ তেওঁলোকৰ বিবাহৰ বিষয়ে কথা পাতিবলৈ গৈছিল। আফতাবৰ পৰিয়ালে এই প্ৰস্তাৱ নাকচ কৰিছিল। শ্ৰদ্ধাৰ মাক-দেউতাকক আফতাবৰ পিতৃ-মাতৃয়ে অপমান কৰি কৈছিল যে কেতিয়াও আমাৰ ঘৰলৈ নাহিব। বিয়াৰ কথা কেতিয়াও নক’ব।
Delhi murder: How accused Aaftab Poonawala kept Shraddha Walker's murder a  secret for months - BusinessToday
ইমানৰ পাছতো কিন্তু শ্ৰদ্ধা আফতাবৰ লগতে লিভ-ইন-ৰিলেচনত আছিল। তেওঁলোকৰ মাজত প্ৰায়ে কাজিয়া লাগিছিল। 

১৮ মে’ৰ সন্ধিয়া আফতাবে নিজৰ ‘লিভ ইন পাৰ্টনাৰ’ শ্ৰদ্ধা ৱাকাৰ (২৭)ক ডিঙি চেপি হত্যা কৰাৰ লগতে মৃতদেহ ৩৫ টুকুৰাকৈ কাটি এটা ৩০০ লিটাৰত ৰাখিছিল। 
Aftab Amin Poonawala: Fight over household items before Shraddha Walker's  murder, reveals Aftab Amin Poonawala | Delhi News - Times of India
প্ৰায় তিনি সপ্তাহ ধৰি তেওঁৰ বাসগৃহত ফ্ৰীজত থৈ দিয়া শ্ৰদ্ধাৰ মৃতদেহৰ টুকুৰা কেইবাদিনো বিভিন্ন ঠাইত পেলাইছিল আফতাবে। অৱশেষত এই হত্যাকাণ্ডৰ কথা পোহৰলৈ আহে যোৱা ১৩ নৱেম্বৰত। আফতাবক জেৰা কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement