--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক :অবৈধ বিদেশী নাগৰিকৰ বিৰুদ্ধে অভিযান চলাই আহমেদাবাদ আৰু চুৰাটৰ পৰা গুজৰাট আৰক্ষীয়ে শিশু-মহিলাসহ ১০০০তকৈ অধিক অবৈধ বাংলাদেশী প্ৰব্ৰজনকাৰীক আটক কৰে। 

গুজৰাটৰ গৃহ ৰাজ্য মন্ত্ৰী হৰ্ষ ছাংভীয়ে শনিবাৰে কয় যে এই অবৈধ বাংলাদেশী প্রব্রজনকাৰীসকলক বাংলাদেশলৈ বিতাৰণৰ ব্যৱস্থা কৰা হৈছে। 

মন্ত্ৰীজনে কয় যে গুজৰাট আৰক্ষীয়ে সর্ববৃহৎ অভিযান চলাই আহমেদাবাদৰ পৰা ৪৯০জন আৰু চুৰাটৰ পৰা ১৩৪জন অবৈধ বাংলাদেশীক আটক কৰে। মন্ত্ৰীজনে কয় যে যিসকল লোকে ৰাজ্যখনত অবৈধ বাংলাদেশীক আশ্রয় দি আছে, তেওঁলোকৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা লোৱা হ'ব।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ