--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাই মধ্যপ্ৰদেশত প্ৰৱেশ কৰিলেই বোমা নিক্ষেপ কৰা হ’ব৷ হত্যা কৰা হ’ব ৰাহুল গান্ধীক৷ এনেধৰৰ এটা ভাবুকি লাভ কৰা গৈছে৷

ভাবুকি লাভ কৰাৰ পাছতে মধ্যপ্ৰদেশৰ আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা জোৰদাৰ কৰিছে৷ জানিব পৰামতে, ইন্দোৰৰ জুনি থানাৰ অন্তৰ্গত এখন মিঠাইৰ দোকানৰ বাহিৰত এই ভাবুকিৰ এখন চিঠি উদ্ধাৰ কৰা হৈছে৷

মিঠাইৰ দোকানৰ আগত কোনে এই চিঠি ৰাখিলে, তাৰ তদন্ত আৰম্ভণি কৰিছে আৰক্ষীয়ে৷ অঞ্চলটোৰ চিচিটিভি ফুটেজসূমূহো আৰক্ষীয়ে পৰীক্ষা কৰিছে৷ ইতিমধ্যে আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৮০৭ ধাৰাত এই সম্পৰ্কীয় এটা গোচৰ ৰুজ কৰিছে৷

উল্লেখ্য যে বীৰ চাভাৰকাৰক লৈ শেহতীয়াকৈ ৰাহুল গান্ধীয়ে কৰা মন্তব্যই ব্যাপক চৰ্চা চলি আছে৷ মন্তব্যটোৰ কাৰণেই গান্ধীক হত্যাৰ ভাবুকি দিছে বুলি আৰক্ষীয়ে আশংকা কৰিছে৷

আনহাতে, অহা ২০ নৱেম্বৰত ভাৰত জোড়ো যাত্ৰাই মধ্যপ্ৰদেশত সোমাব৷ তাৰ পূৰ্বে এই ভাবুকিয়ে ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক