--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ লণ্ডনত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে দিয়া বক্তব্যক লৈ বিজেপি আৰু কংগ্ৰেছৰ মাজত এক উত্তপ্ত বিতৰ্ক  চলি আছে। ইফালে, কংগ্ৰেছে নিজৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত ৰাহুলৰ এখন ছবি পোষ্ট কৰি লিখিছে, “আপুনি যিটো বিশ্বাস কৰে তাৰ বাবে থিয় দিয়ক, যদিও ইয়াৰ অৰ্থ অকলে থিয় হোৱা।”

ফটোখনত ৰাহুল গান্ধীয়ে লণ্ডনৰ চাথাম হাউচত ইন্টাৰেক্টিভ চেচনত অংশগ্ৰহণ কৰি তুলিছিল। গান্ধীয়ে চুট পিন্ধি হাত দুখন পকেটত ভৰাই ফটোখনৰ বাবে পোজ দিয়া দেখা গৈছে।

নাগালেণ্ড বিজেপিৰ মুৰব্বী  টেমজেন ইমনা আলঙে এই ফটোখনৰ পোষ্টটোক লৈ বিশেষ মন্তব্য কৰিছে। টেমজেনে ৰাহুলৰ ছবিখনৰ প্ৰশংসা কৰি লিখিছে – ''মানিবই লাগিব যে ফটোখন ভাল হৈছে। আত্মবিশ্বাস আৰু ভংগীমা নেক্সট লেভেলৰ।’’

ছ’চিয়েল মিডিয়াত এনেধৰণৰ মন্তব্যৰ বাবে পৰিচিত টেমজেন। যিহেতু বিজেপি নেতাগৰাকীয়ে ৰাহুল গান্ধীৰ বিষয়ে মন্তব্য কৰিছে আৰু ইয়াত কোনো তুচ্ছ-তাচ্ছিল্যমূলক নহয়, সেয়েহে বহু ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীৰ বাবে সেয়া আছিল এক আমোদজনক মুহূৰ্ত।

পিছত মন্ত্ৰীগৰাকীয়ে ৰাহুল গান্ধীৰ ফটোখনৰ সৈতে কেপচনটো অৰিজিনেল নহয় বুলি ইংগিত দি আন এটা পোষ্ট কৰে। লিখে- ''কমচেকম কেপচনটো নিজে লিখা কৰক!’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ