--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউন্সিলে ঘোষণা কৰিলে  পুৰুষৰ টি-২০ বিশ্বকাপ ২০২৪ৰ সময়সূচী। উত্তেজনাপূৰ্ণ এই প্ৰতিযোগিতালৈ  মাজত মাত্ৰ কেইদিনমান বাকী। বহু দেশৰ  দলে ইতিমধ্যে আমেৰিকাত আগন্তুক প্ৰতিযোগিতাখনৰ বাবে অনুশীলন কৰি আছে। সোমবাৰে নিউয়ৰ্কত অৱতৰণ কৰা ৰোহিত শৰ্মা নেতৃত্বাধীন টিম ইণ্ডিয়া দলটোৱে বুধবাৰে অনুশীলন চলোৱা দেখা যায় । ৫ জুনত আয়াৰলেণ্ডৰ বিৰুদ্ধে ভাৰতে প্ৰথমখন খেল খেলিব আৰু ৯ জুনত নিউয়ৰ্কত হাই ভল্টেজ ভাৰত বনাম পাকিস্তানৰ খেল অনুষ্ঠিত হ’ব।  পুৰুষৰ টি-২০ বিশ্বকাপ ২০২৪ৰ সময়সূচীৰ এক আলোকপাত ইয়াত দাঙি ধৰা হ’ল। এই সময়সূচীত উল্লেখযোগ্য প্ৰায়ভাগ খেলৰেই তাৰিখ, মেচৰ সময় আৰু  স্থানৰ উল্লেখ কৰা হৈছে।  

২ জুন
আমেৰিকা-কানাডা
পুৱা ৬:৩০ বজাত
ডালাছ
২ জুন
ৱেষ্ট ইণ্ডিজ-পাপুৱা নিউ গিনি
নিশা ৮:৩০ বজাত
গায়ানা
৩ জুন
নামিবিয়া- ওমান
পুৱা ৬:৩০ বজাত
বাৰ্বাডোছ

৩ জুন

 শ্ৰীলংকা দক্ষিণ আফ্ৰিকা

 নিশা৮:৩০ বজাত
নিউয়ৰ্ক


৪ জুন
 আফগানিস্তান উগাণ্ডা

পুৱা ৬:৩০ বজাত

 গায়ানা


৪ জুন
ইংলেণ্ড-স্কটলেণ্ড
নিশা ৮:৩০ বজাত
 বাৰ্বাডোজ

৪ জুন
নেদাৰলেণ্ড-নেপাল
নিশা ৯:৩০ বজাত

 ডালাছ
৫ জুন
ভাৰত-আয়াৰলেণ্ড
নিশা ৮:৩০ বজাত
 নিউয়ৰ্ক


৬ জুন
পাপুৱা নিউ গিনি-উগাণ্ডা
পুৱা ৫:৩০ বজাত
গায়ানা


৬ জুন
অষ্ট্ৰেলিয়া-ওমান
পুৱা ৬:৩০ বজাত
বাৰ্বাডোছ
৬ জুন

আমেৰিকা-পাকিস্তান

 নিশা ৯:৩০ বজাত
ডালাছ


৭ জুন

  নামিবিয়া-স্কটলেণ্ড

 পুৱা ১ বজাত
বাৰ্বাডোছ


৭ জুন
কানাডা-আয়াৰলেণ্ড
নিশা ৮:৩০ বজাত
নিউয়ৰ্ক


৮ জুন

 নিউজিলেণ্ড-আফগানিস্তান

 পুৱা ৫:৩০ বজাত
গায়ানা


৮ জুন
শ্ৰীলংকা-বাংলাদেশ
পুৱা ৬:৩০ বজাত
ডালাছ


৮ জুন
নেদাৰলেণ্ড-দক্ষিণ আফ্ৰিকা
নিশা ৮:৩০ বজাত
 নিউয়ৰ্ক


৮ জুন
অষ্ট্ৰেলিয়া-ইংলেণ্ড
নিশা ১১ বজাত
বাৰ্বাডোছ


৯ জুন

 ৱেষ্ট ইণ্ডিজ-উগাণ্ডা

 সন্ধিয়া ৬:৩০ বজাত
গায়ানা

৯ জুন
ভাৰত-পাকিস্তান
নিশা ৮:৩০ বজাত
নিউয়ৰ্ক


৯ জুন
ওমান-স্কটলেণ্ড
নিশা ১১ বজাত
এন্টিগুয়া


১০ জুন
দক্ষিণ আফ্ৰিকা-বাংলাদেশ
নিশা ৮:৩০ বজাত
নিউয়ৰ্ক


১১ জুন 
পাকিস্তান-কানাডা
নিশা ৮:৩০ বজাত
নিউয়ৰ্ক

১২ জুন

 শ্ৰীলংকা-নেপাল
পুৱা ৫:৩০ বজাত
ফ্ল'ৰিডা


১২ জুন
 অষ্ট্ৰেলিয়া-নামিবিয়া 

পুৱা ৬:৩০ বজাত
নিউয়ৰ্ক


 
১২ জুন
আমেৰিকা-ভাৰত

নিশা ৮:৩০ বজাত
নিউয়ৰ্ক


১৩ জুন
ৱেষ্ট ইণ্ডিজ-নিউজিলেণ্ড
পুৱা ৬-৩০
 তাৰুবা

১৩ জুন

 বাংলাদেশ-নেদাৰলেণ্ড

 নিশা ৮-৩০

 কিংছ টাউন



১৪ জুন

 ইংলেণ্ড-ওমান
 নিশা ১ বজাত

 এন্টিগুৱা


১৪ জুন

 
আফগানিস্তান-পাপুৱা নিউগিনি

 পুৱা ৬:৩০
তাৰুবা


১৪ জুন
আমেৰিকা যুক্তৰাষ্ট্ৰ-আয়াৰলেণ্ড
 নিশা ৮:৩০

 ফ্ল'ৰিডা

১৫ জুন

 দক্ষিণ আফ্ৰিকা-নেপাল
 পুৱা ৫:৩০
 চেন্ট ভিনচেন্ট


১৫ জুন
নিউজিলেণ্ড-উগাণ্ডা

 পুৱা ৬:৩০
তাৰুবা

১৫ জুন
ভাৰত-কানাডা
 নিশা ৮-৩০
ফ্ল'ৰিডা

১৫ জুন

নামিবিয়া-ইংলেণ্ড
 নিশা  ১১

 এন্টিগুৱা


১৬ জুন

 অষ্ট্ৰেলিয়া-স্কটলেণ্ড
 পুৱা ৬:৩০
 চেণ্ট লুচিয়া


১৬ জুন
পাকিস্তান-আয়াৰলেণ্ড
 নিশা ৮:৩০

  ফ্ল'ৰিডা 


১৭ জুন
বাংলাদেশ-নেপাল

 পুৱা ৫:৩০

 চেণ্ট ভিনচেণ্ট 

১৭ জুন
 শ্ৰীলংকা-নেদাৰলেণ্ড
 পুৱা ৬:৩০
 চেণ্ট লুচিয়া


১৭ জুন

  নিউজিলেণ্ড-পাপুয়া নিউ গিনি 
নিশা ৮-৩০
 তাৰুবা

১৮ জুন
ৱেষ্ট ইণ্ডিজ-আফগানিস্তান
 পুৱা ৬:৩০
চেণ্ট লুচিয়া

খেল আৰম্ভ হোৱাৰ সময় ভাৰতীয় সময় অনুসৰি সামান্য কম-বেছি হ’ব পাৰে




FOLLOW US F
POPULAR
FEATURE
TRENDY
খুতুৰা শাকৰ আছে বহু উপকাৰী গুণ; সুস্বাস্থ্য গঢ়াত কৰে সহায়
ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ সিদ্ধান্ত; শৈক্ষিক দিনপঞ্জীৰ ‘থীম’ হ’ব জুবিন গাৰ্গ
বিশ্ব কাপত ইৰানৰ সলনি ইটালি!
তামুলপুৰত ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত বিহু হুঁচৰি দল; থিতাতে নিহত নাচনী নিশামণি হালৈ; ৫জনৰ অৱস্থা সংকটজনক
EDৰ তালাচীত হস্তক্ষেপ কৰা মমতা বেনার্জীক ভর্ৎসনা উচ্চতম ন্যায়ালয়ৰ
গুৱাহাটীত অঘটন! উবেৰত গৈ থকা অৱস্থাত নিৰুদ্দিষ্ট শিক্ষয়িত্ৰী
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান