--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰষাপাৰাৰ এচিএ ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া আইপিএল ২০২৫ৰ বহু প্ৰত্যাশিত খেলৰ বাবে বলীউড আৰু ক্ৰীড়াৰ চেলিব্ৰিটিসকলৰ সাক্ষী হ’ব গুৱাহাটী মহানগৰী ৷ৰাজস্থান ৰয়েলছৰ ঘৰুৱা দুখন ডাঙৰ মেচ অনুষ্ঠিত হোৱাৰ লগতে - ২৬ মাৰ্চত ডিফেণ্ডিং চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে আৰু ৩০ মাৰ্চত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে ৷ উত্তেজনা শিখৰত উপনীত হৈছে দেশৰ ক্ৰিকেট অনুৰাগীৰ।

অনুৰাগীৰ উত্তেজনা বৃদ্ধি কৰি আই পি এলৰ ডিফেণ্ডিং চেম্পিয়ন নিজৰ দলটোক সমৰ্থন কৰিবলৈ আহিব পাৰে বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খান। অনুৰাগীসকলৰ বাবে আনন্দৰ বিষয় যে ৩০ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে চি এছ কেৰ সৈতে যাত্ৰা কৰিব ক্ৰিকেট কিংবদন্তি মহেন্দ্ৰ সিং ধোনীয়ে।

ষ্টেডিয়ামৰ ৰোমাঞ্চকৰ পৰিৱেশ আৰু ভাৰতৰ দুগৰাকী ডাঙৰ কিংবদন্তিক এখন চালিৰ তলত দেখাৰ সম্ভাৱনাৰে গুৱাহাটীত এক অবিস্মৰণীয় ক্ৰিকেটৰ বাবে সাজু হৈছে সমগ্ৰ ভাৰতবাসী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ