--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ প্ৰতি তেওঁৰ প্ৰেম বহুদিনৰ পৰাই আছে। হিন্দী গীততো ‘ৰিল’ পোষ্ট কৰা দেখা যায়। যে ডেভিদ ৱাৰ্নাৰে এইবাৰ এটা অদ্ভুত তথ্য প্ৰকাশ কৰিলে। তেওঁ কয় যে ভাৰতৰ আধাৰ কাৰ্ড পাইছে। এইবাৰ ভোটাৰ কাৰ্ড পাবলৈ অপেক্ষা কৰি আছে।

দিল্লীয়ে ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ পোষ্ট কৰিছিল। দেখা গৈছে যে এজন সতীৰ্থৰ সৈতে কথা পাতি থাকোঁতে ৱাৰ্নাৰে কয় যে তেওঁ আধাৰ কাৰ্ড লাভ কৰিছে। এইবাৰ ভোটাৰ কাৰ্ড লাভ কৰিব বিচাৰিছে।

ৱাৰ্নাৰে কৈছিল, “ভাৰতত মোৰ কোনো ঘৰ নাই। বহুতে মোক এই দেশত ঘৰ আছে নেকি বুলি সোধে৷ হয়তো এদিন ক্ৰিকেট শেষ হোৱাৰ পিছত ভাৰতত সময় কটাম। ইয়াত জীৱন-যাপনৰ ধৰণটো মোৰ ভাল লাগে।”

সেই সময়ত পিছফালে লুকাই থকা দলটোৰ আন এজন সদস্যই ৱাৰ্নাৰ আৰু তেওঁৰ সতীৰ্থৰ ফোনটো চুৰ কৰে। সি আন ঠাইত লুকাই থাকে। ৱাৰ্নাৰে তেওঁক বিচাৰিবলৈ বেলেগ পন্থা গ্ৰহণ কৰিলে। এটি জনপ্ৰিয় পাঞ্জাবী গীত গালে। চোৰৰ বেশত থকা সদস্যজনে পাঞ্জাৱী গানটো ৱাৰ্ণাৰৰ লগে লগে গুণগুণাব ধৰিলে আৰু ধৰা পৰি গ’ল। গোটেই ভিডিঅ’ আৰু সংলাপবোৰ ধেমেলীয়া বেশত কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ