--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পৰাজয়েৰে আৰম্ভ হৈছিল আই পি এল। প্ৰথম মেচত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে পৰাজয়। পৰৱৰ্তী মেচত পঞ্জাব কিংছৰ বিৰুদ্ধে জয়লাভ কৰাৰ পিছতো ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু একেৰাহে ৬খন মেচত পৰাস্ত হয়। ভবা হৈছিল যে প্লে অফৰ দৌৰৰ পৰা বাহিৰ হোৱা প্ৰথমটো দল হ’ব আৰ চি বি। কিন্তু সেই দলটোৱে একেৰাহে পাঁচখন খেলত জয়লাভ কৰি পুনৰ প্লে অফৰ দৌৰত নামি পৰিছে। এই পৰিৱৰ্তন কেনেকৈ সম্ভৱ?

দেওবাৰে দিল্লী কেপিটেলছক ৪৭ ৰানত পৰাস্ত কৰে আৰচিবিয়ে। শেষৰখন খেল পুনৰ চেন্নাইৰ বিৰুদ্ধে। এই দলৰ বিৰুদ্ধে পৰাজয়ৰ পৰা আৰম্ভ হৈছিল আই পি এল। কেপ্তেইন ফাফ ডু প্লেছিছে বেংগালুৰুৰ পৰিৱৰ্তনৰ আঁৰৰ কাৰণ বুজাই দিলে। তেওঁ কয়- ''আত্মবিশ্বাস সলনি হৈছে। আৰম্ভণিতে আমি যুঁজিব লগা হৈছিল। পাঁচ-ছয়খন মেচত আমি উইকেট ল’ব পৰা নাছিলো। এতিয়া একেৰাহে তিনিখন মেচত বিপক্ষক অল আউট কৰিছো।’

কেৱল আত্মবিশ্বাসেই নহয়, ডুপ্লেছিৰ মতে আৰচিবিৰ ড্ৰেছিং ৰুমও সলনি হৈছে। তেওঁ কয়, ‘আমি খেলপথাৰত প্ৰৱেশ কৰাৰ আগতে বহুত কাম কৰিছিলো। বাস্তৱত সকলো ঠিক কৰি লোৱা। আমি পৰিকল্পনা অনুসৰি খেলিব পাৰো। আমি আমাৰ লক্ষ্য নিৰ্ধাৰণ কৰি আগবাঢ়িছো।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ