--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাঁচ দিনৰ ভিতৰতে ছবিখন সলনি হৈ গ’ল। লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ অধিনায়ক লোকেশ ৰাহুলক খেলপথাৰত ধমক দিছিল মালিক সঞ্জীৱ গোৱেংকাই। যোৱা বুধবাৰৰ সেই ছবিখন সোমবাৰে নিশা সলনি হ’ল। গোৱেংকাই ৰাহুলক নিজৰ ঘৰত ৰাতিৰ আহাৰ খাবলৈ মাতিলে। মালিকে কেপ্তেইনক ঘৰলৈ মাতি আনি সাৱটিও ধৰিলে।

ৰাহুল গোৱেংকাৰ ঘৰলৈ গ’ল। ইজনে সিজনক সাৱটি ধৰিলে। সেই ছবিখন মঙলবাৰে ওলাল। ছচিয়েল মিডিয়াত বিয়পি পৰে ছবিখন। বহুতৰ মতে খেলপথাৰত গোৱেংকাৰ ক্ষোভ প্ৰদৰ্শন ন্যায্য নাছিল। বহুতে ভাবে যে ভুলটো উপলব্ধি কৰি তেওঁ ৰাহুলক নিজৰ ঘৰলৈ মাতি আনি কেপ্তেইনৰ লগত সকলো সম্পৰ্ক ঠিক কৰি দিলে।

সেইদিনা গোৱেংকাৰ শক্তিৰ সন্মুখত ৰাহুলে একো ক’ব নোৱাৰিলে। মূৰটো তললৈ নমাই সি মনে মনে থিয় হৈ থাকিল। গোৱেংকাই শুনি আছিল। পিছত গোৱেংকাই প্ৰশিক্ষক জাষ্টিন লেংগাৰৰ সৈতেও কথা পাতিছিল। ছ’চিয়েল মিডিয়াত ভিডিঅ’টো বিয়পি পৰাৰ লগে লগে সমালোচনাৰ ধুমুহা। ভাৰতীয় দলৰ এজন ক্ৰিকেটাৰৰ প্ৰতি দলৰ মালিকৰ আচৰণত অনুৰাগী সুখী হ’ব নোৱাৰিলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ