--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আই পি এল সম্প্ৰচাৰ কৰা চেনেলটোক লৈ ক্ষুব্ধ ৰোহিত শৰ্মা। দেওবাৰে বিয়লি তেওঁ এটা পোষ্টত ‘ষ্টাৰ স্প’ৰ্টছ’ৰ প্ৰতি ক্ষোভ প্ৰকাশ কৰে। ৰোহিতে দাবী কৰে যে নিষেধাজ্ঞাৰ পিছতো তেওঁৰ ভাষণ ৰেকৰ্ডিং কৰি টিভিত বজাইছিল। তেওঁ গোপনীয়তা ভংগৰ অভিযোগ উত্থাপন কৰে।

দেওবাৰে বিয়লি ৰোহিত এক্স হেণ্ডলীয়ে (প্ৰাক্তন টুইটাৰ) লিখিছে, ‘ক্ৰিকেটাৰৰ জীৱনত এতিয়া ইমানেই অনুপ্ৰৱেশ ঘটিছে যে কেমেৰাই তেওঁলোকৰ প্ৰতিটো খোজ আৰু কথা-বতৰা ৰেকৰ্ডিং কৰি আছে। প্ৰশিক্ষণত বা মেচৰ দিনত বন্ধু-বান্ধৱ আৰু সতীৰ্থৰ সৈতে গোপন কথা-বতৰা সম্প্ৰচাৰ কৰা হৈছে।”

ৰোহিতে লগতে কয়, ‘মই ষ্টাৰ স্প’ৰ্টছক অনুৰোধ কৰিছিলো যে কথা-বতৰা ৰেকৰ্ড নকৰিব। তথাপিও তেওঁলোকে কৰিছিল আৰু টিভিত খেলিছিল, যিটো গোপনীয়তা ভংগ। শ্ব’ অফ আৰু ‘ভিউ’ আৰু ‘এংগেজমেণ্ট’ (ছ’চিয়েল মিডিয়াত)ৰ প্ৰতি থকা আকৰ্ষণ ইমানেই বাঢ়িছে যে ই এদিন অনুৰাগী, ক্ৰিকেটাৰ আৰু ক্ৰিকেটৰ মাজত থকা আস্থা ভাঙি পেলাব। আশাকৰোঁ সোনকালে ভাল জ্ঞানৰ উন্মেষ ঘটিব।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
মহানগৰীত দুটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা; ৩যুৱতীৰ নিহত, ৩যুৱক আহত
ভাৰতক ‘নৰকৰ দুৱাৰ’ আখ্যা ট্রাম্পৰ
খুতুৰা শাকৰ আছে বহু উপকাৰী গুণ; সুস্বাস্থ্য গঢ়াত কৰে সহায়
ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ সিদ্ধান্ত; শৈক্ষিক দিনপঞ্জীৰ ‘থীম’ হ’ব জুবিন গাৰ্গ
বিশ্ব কাপত ইৰানৰ সলনি ইটালি!
তামুলপুৰত ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত বিহু হুঁচৰি দল; থিতাতে নিহত নাচনী নিশামণি হালৈ; ৫জনৰ অৱস্থা সংকটজনক
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান