--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হায়দৰাবাদৰ বেটছমেন অভিষেক শৰ্মাই অৰ্ধশতক অৰ্জন কৰাৰ পাছত হাতত ইংৰাজী আখৰ ‘এল’ কৰি নিজৰ উল্লাস প্ৰকাশ কৰে। কেকেআৰৰ বিৰুদ্ধে প্ৰথম কোৱালিফায়াৰৰ পূৰ্বে তেওঁ সেই বিশেষ উত্তেজনাৰ কাৰণ বুজাই দিছিল।

অভিষেক আই পি এলৰ ভিডিঅ’ত কয় যে তেওঁ আৰু অ’পেনিং সতীৰ্থ ট্ৰেভিছ হেডে এই উত্তেজনাৰ সৃষ্টি কৰিছিল। আই পি এলৰ ভিডিঅ’টোত তেওঁ কয়, ‘এই উল্লাস আমাৰ বাবে ব্যক্তিগত। ইয়াৰ অৰ্থ হৈছে প্ৰেম। আমি উৎসাহিত হৈছো প্ৰেম বিয়পাবলৈ।”

পঞ্জাৱৰ বিৰুদ্ধে ২৮ বলত ৬৬ ৰানৰ ইনিংছ খেলিছিল অভিষেকে। অভিষেকৰ গোটেই পৰিয়ালটো সেই মেচত খেল চাবলৈ আহিছিল। হায়দৰাবাদৰ পৰা অহা অ’পেনাৰগৰাকীয়ে সেই সন্দৰ্ভত কয়, “মোৰ দেউতাকৰ বাহিৰে মোৰ গোটেই পৰিয়ালটো ইয়াত উপস্থিত আছিল। মই অতি সুখী যে তেওঁলোকে খেলপথাৰত খেলিছে। মোৰ লগতে তেওঁলোকেও উৎসাহ প্ৰকাশ কৰিবলৈ সক্ষম হৈছিল।”


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ