--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰিয় ক্ৰিকেটাৰক প্ৰণাম কৰিবলৈ গৈছিল। আহমেদাবাদৰ এজন কলেজীয়া ছাত্ৰই সেয়ে শাস্তিৰ মুখামুখি হ’বলগীয়া হ’ল। শুকুৰবাৰে চেন্নাই ছুপাৰ কিংছ বনাম গুজৰাট টাইটানছৰ খেলৰ সময়ত খেলপথাৰত প্ৰৱেশ কৰে এজন যুৱকে। গৈ মহেন্দ্ৰ সিং ধোনীক প্ৰণাম কৰে। সেই কাৰণে তেওঁক গ্ৰেপ্তাৰ কৰা হ’ল।

এই ঘটনা সংঘটিত হৈছিল চেন্নাইৰ ইনিংছৰ শেষ অভাৰত। ধোনীয়ে তেতিয়া বেটিং কৰি আছিল। ৰিভিউৰ বাবে খেলখন কিছু সময়ৰ বাবে বন্ধ কৰি দিয়া হৈছিল। সেই সময়ত এজন যুৱকে বেৰৰ ওপৰেৰে উঠি পথাৰত প্ৰৱেশ কৰিলে। সি পোনে পোনে ধোনিৰ ফালে দৌৰি গ’ল। গৈ সেৱা কৰিলে। ধোনীয়ে অৱশ্যে তেওঁক আঁতৰাই নিদিলে। প্ৰণাম কৰাৰ পিছত ধোনীকো সাৱটি ধৰিলে।

এই ঘটনাৰ পিছত নিৰাপত্তাৰক্ষীয়ে গৈ যুৱকজনক টানি উলিয়াই লৈ যায়। জানিব পৰা মতে, যুৱকজনক অবৈধভাৱে পথাৰত প্ৰৱেশ কৰাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হৈছিল। তেওঁৰ নাম জয় ভাৰত। আহমেদাবাদৰ এখন কলেজত পঢ়িছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ