--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আইপিএলক ধন্যবাদ জনালে জছ বাটলাৰে। টি২০ বিশ্বকাপৰ ফাইনেলত ভাৰতৰ বিৰুদ্ধে দূৰ্দান্ত বেটিং শৈলী প্ৰদৰ্শন কৰা ইংলেণ্ডৰ অধিনায়কজনে কয় যে আইপিএলৰ বাবেই তেওঁ এই সফলতা লাভ কৰিছে।

 

উল্লেখযোগ্য যে চেমিফাইনেলত ভাৰতে পৰাজ হোৱাৰ কাৰণ হিচাপে ক্ৰিকেটানুৰাগীসকলে আইপিএলক দোষাৰোপ কৰি আছে। তেওঁলোকৰ মতে, আইপিএলত লাভ কৰা বৃহৎ ধনৰ বাবেই খেলুৱৈসকলে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিফল হৈ আহিছে।

 

কিন্তু তেনে সময়তে বাটলাৰে কৰা এই মন্তব্য লক্ষ্যণীয় হৈ পৰিছে। তেওঁ কয় যে ইংলেণ্ডৰ কেইবাজনো খেলুৱৈৰ আইপিএল খেলাৰ অভিজ্ঞতা আছে। সেয়ে টি২৯ মেচৰ কোনো পৰিস্থিতয়ে তেওঁলোকক চমক দিব নোৱাৰে।

 

''আমি ভাৰতৰ মাটিত অনেক ক্ৰিকেট খেলিছো। দৰ্শকৰ চিৎকাৰ সম্পৰ্কেও আমি জ্ঞাত।’’- বাটলাৰে কয়- ''আইপিএল খেলাৰ সুবাদতে এই পৰিৱেশৰ সতে আমি পৰিচিত।’’

 

আনহাতে, ভাৰতৰ ব্যৰ্থতা সম্পৰ্কে বাটলাৰে কয় যে অনেকেই ফাইনেলখন ভাৰত আৰু পাকিস্তানৰ মাজত হোৱাটো আশা কৰিছিল। কিন্তু ইংলেণ্ড ফাইনেললৈ যাবলৈ সাজু হৈ আছিল।

 

''যিসকলে ভাৰত-পাকিস্তান ফাইনেল আশা কৰিছিল, তেওঁলোকৰ আশাভংগ কৰিলো আমি।’’- তেওঁ কয়।

 

আনহাতে, চেমিফাইনেলখনত দূৰ্দান্ত প্ৰদৰ্শন আগবঢ়োৱা ভআৰতৰ হাৰ্দিক পাণ্ডিয়াৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে বাটলাৰ। মেচখনত পাণ্ডিয়াই ৩৩ টা বত ৬৩ ৰাণ বৰঙণি আগবঢ়াইছিল। কিন্তু পাণ্ডিয়াই সৃষ্টি কৰা আক্ৰমণাত্মক পৰিস্থিতিটোক চম্ভালি লোৱাৰ ক্ষেত্ৰতো আইপিএলৰ অভিজ্ঞতাই কাম কৰা বুলি বাটলাৰে জনায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক