--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ অশেষ অপেক্ষাৰ অন্তত পৰিচয় পোৱা এগৰাকী সুন্দৰী যুৱতীৰ। যুৱতীগৰাকী আন কোনো নহয়, টি২০ বিশ্বকাপৰ প্ৰথমখন চেমিফাইনেলত ভাইৰেল হৈ পৰা ৰহস্যময়ী সুন্দৰীগৰাকীৰ নাম জানিব পৰা গৈছে।

 

চিডনীত অনুষ্ঠিত হোৱা চেমিফাইনেলখনত নিজৰ দেশ পাকিস্তানৰ এখন ক্ষুদ্ৰ পতাকা তেওঁ পিন্ধি থকা বগা টিচাৰ্টটোত লগাই লৈছিল। লাইভ কেমেৰাত ধৰা পৰাৰ লগে লগে দৰ্শকসকলৰ চকুত পৰিছিল তেওঁ। লগে লগে ভাইরল হৈ পৰে অতীৱ সুন্দৰী ৰহস্যময়ী যুৱতীগৰাকী।

 

অৱশেষত অশেষ বিচাৰ-খোচাৰৰ অন্তত যুৱতীগৰাকীৰ নাম নাটাছা বুলি জানিব পৰা গৈছে। পাকিস্তানী মূলীয় যুৱতীগৰাকীয়ে মেলবৰ্ণত বাস কৰে। তাতে তেওঁৰ জন্ম।

 




নিজৰ ইন্ষ্টাগ্ৰাম প্ৰফাইলৰ বায় তেওঁৰ চখ হিচাপে লিখা আছে ভ্ৰমণ। দক্ষিণ আফ্ৰিকাত তোলা বহুকেইখন ছৱি তেওঁ নিজৰ ইনষ্টা একাউণ্টতত পোষ্ট কৰা আছে।

 

চিডনীৰ মেচখনত ভাইৰেল হোৱাৰ পাছতে তেওঁৰ নামত বহুতো ভুৱা একাউণ্ট খোলা হৈছে বুলি দাবী কৰিছে নাটাছাই। এই বিষয়ে তেওঁৰ অনুৰাগীসকলক সতৰ্ক কৰি দিছে।

 

ইয়াৰোপৰি তেওঁৰ প্ৰিয় বলাৰগৰাকীৰ নামো জানিব পৰা গৈছে। তেওঁ হৈছে পাকিস্তানৰ বেগী বাৰ নাছিম শ্বাস।

 

আনহাতে, ভাইৰেল হৈ পৰাৰ পূৰ্বে নাটাছাৰ ইনষ্টাগ্ৰাম ফলোৱাৰ্ছৰ সংখ্যা আছিল মাত্ৰ ,৫০০। কিন্তু ভাইৰেল হৈ পৰাৰ পাছতে ফলোৱাৰ্ছৰ সংখ্যা ৩৫,০০০ লৈ বৃদ্ধি পাইছে।

 

এতিয়া অনুৰাগীসকলৰ মাজত প্ৰশ্ন উঠিছে যে পুনৰ দেখা পোৱা যাবনে নাটাছাক? দেওবাৰে খেলিব লগা ইংলেণ্ড বনাম পাকিস্তানৰ ফাইনেলখনত গেলেৰীত দেখা পোৱা যাবনে সুন্দৰী নাটাছাক?

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক